30 C
Guwahati
Thursday, May 16, 2024

Astro Tips For Money: “মানীবেগত” টকা নিটিকে নেকি; সদায় হয় নেকি অভাৱ? তেন্তে আজিয়েই মানীবেগৰ পৰা আঁতৰাওক এইবোৰ বস্তু…

Astro Tips For Money: বাস্তু শাস্ত্ৰত সঠিক দিশ, স্থানৰ গুৰুত্বপূৰ্ণ তাৎপৰ্য আছে। ইয়াৰ জীৱনত গভীৰ প্ৰভাৱ পৰে। বিশ্বাস কৰা হয় যে, সঠিক স্থানত বস্তুবোৰ ৰাখিলে আপোনাৰ ইতিবাচক প্ৰভাৱ পৰে। এনেকুৱাই এক স্থান হয় আপোনাৰ মানীবেগ

Must Read

Astro Tips For Money Attract: বাস্তু অনুসৰি আপোনাৰ মানীবেগত টকা-পইচাৰ উপৰিও আৰু কিছুমান বস্তু ৰখা হয় আৰু কিছুমান এনেকুৱা বস্তু থাকে যিবোৰ কোনো কামৰ নহয়।

বাস্তু শাস্ত্ৰ অনুসৰি, মানীবেগৰ পৰা ফাল্টু বস্তু শীঘ্ৰে বাহিৰ কৰিব লাগে। কাৰণ এইবোৰ বস্তুই আশে-পাশে থকা নেতিবাচক শক্তি বৃদ্ধি কৰে (Astro Tips For Money Attract)

লগতে পঢ়কঃ Before Sleeping Astro Tips: জানি থওক! ৰাতি শুবলৈ যোৱাৰ আগতে কৰক এইকেইটা কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ! পিছে জানি লও আহক কি কি কাম?

অৱশ্যে কিছুমান বস্তু এনেকুৱাও আছে যিবোৰ মানীবেগত ৰখা আৰু ঘৰত সমৃদ্ধি অনাটো শুভ বুলি গণ্য কৰা হয়।

গতিকে আহক জানো সেইবোৰ বস্তু কি কি (Astro Tips For Money)?

১. ফটা নোট ভুলতেও নাৰাখিব মানীবেগত

Astro Tips For Money

মানীবেগত ভুলতেও ফটা আৰু পুৰণি নোট নাৰাখিব, কাৰণ ই আপোনাৰ টকা-পইচা নোহোৱা কৰে। ইয়াৰ দ্বাৰা ধনৰ আগমণৰ পথ হ্ৰাস হয়। মানীবেগ যিমানে চাফা হ’ব, সিমানে আপোনাৰ ওচৰলৈ টকা আহিব (Astro Tips For Money)

২. মানীবেগত চাবি নাৰাখিব

Astro Tips For Money

বাস্তু অনুসৰি মানীবেগত কেতিয়াও চাবি নাৰাখিব। এনে কৰিলে সেই লোকজনৰ ধনৰ অভাৱ হয়।

৩. আপোনাৰ মানীবেগত ৰাখক লক্ষ্মী মাৰ ফটো

Astro Tips For Money

মানীবেগত সদায় আপুনি লক্ষ্মী মাৰ এখন পেপাৰ ফটো ৰাখিব। ইয়াৰ দ্বাৰা আপোনাৰ ধনৰ প্ৰবাহ কেতিয়াও নৰখিব, কিন্তু মনত ৰাখিব যে এই ফটোখন সময়ে-সময়ে সলনি কৰি থাকিব। ইয়াৰ লগতে মানীবেগত শ্ৰী যন্ত্ৰও ৰাখিব লাগে।

৪. মানীবেগত চাউল ৰাখিব

Astro Tips For Money

আপুনি মানীবেগত ২১টা চাউল বান্ধি ৰাখিব পাৰে। ইয়াক যথেষ্ট শুভ বুলি গণ্য কৰা হয়, ইয়াৰ দ্বাৰা আপোনাৰ কেতিয়াও নহ’ব টকাৰ অভাৱ (Astro Tips For Money)

Photo: Google

লগতে পঢ়কঃ Golaghat Mother’s Cruelty: “মা তুমি অনন্যা”- এই কথাষাৰীক অপমান কৰিলে এইগৰাকী মাতৃয়ে! নিজৰ জীয়েককে “দেহ ব্যৱসায়ত” নমালে এইগৰাকী মহিলাই; মাকে নিজে হোটেলে হোটেলে লৈ গৈ বহু পুৰুষক গতাই কন্যাক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -