33 C
Guwahati
Monday, April 29, 2024

Manipur Viral Case: দেশ কঁপোৱা মণিপুৰ ঘটনাৰ এইজন মূল অভিযুক্তক গ্ৰেপ্তাৰ; এইজন পাষণ্ডই ২ গৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱাই, ধৰ্ষণ আৰু হত্যাৰ চেষ্টাৰ কাণ্ডত লৈছিল আগভাগ

Manipur Viral Case: শাসকীয়, বিৰোধীৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকাসকলেও এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Reaction On Manipur Viral Case)

Must Read

Manipur Viral Case: মণিপুৰৰ ২ গৰাকী কুকি মহিলাক মেইটেই লোকে “উলংগ” কৰি ৰাজপথেৰে পেৰেড কৰি যোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ কৰা বিষয়টোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছে (Manipur 2 Naked Woman Paraded Viral Video)।

শাসকীয়, বিৰোধীৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকাসকলেও এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Reaction On Manipur Viral Case)। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (N Biren Singh) এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনায়।

Manipur Viral Case

ইফালে এই অমানুষিক ঘটনাৰ লগত জড়িত মূল অভিযুক্তকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Main Culprit Arrested)। ফটোত দেখা পোৱা পাতল সেউজীয়া টি-চাৰ্ট পিন্ধি থকা এইজন যুৱকে উলংগ যুৱতীগৰাকীক ধৰি ৰাখিছিল। লগতে তেওঁলোকৰ ব্যক্তিগত অংগতো হাত দিছিল।

Manipur 2 Women Naked Bollywood Manipur Naked Woman Paraded

লগতে পঢ়কঃ Manipur Naked Woman Paraded: লজ্জিত সমগ্ৰ দেশবাসী! মণিপুৰৰ ভাইৰেল ভিডিঅ’ই কঁপাইছে দেশ; ২ গৰাকী কুকি মহিলাক “উলংগ” কৰি ৰাস্তাত পেৰেড কৰোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ… দেশজুৰি প্ৰতিক্ৰিয়া, মূল অভিযুক্তক গ্ৰেপ্তাৰ

আজি পুৱা সঠিক চিনাক্তকৰণৰ অন্তত এক অভিযানত গ্ৰেপ্তাৰ কৰা হয় খৈৰাম হীৰাদাস মেইটেইক।

২ মহিলাক উলংগ কৰি সমদল, হত্যাৰ চেষ্টাৰ কাণ্ডৰ মূল অভিযুক্ত হৈছে হীৰাদাস। দুই মহিলাক উলংগ কৰি চলাইছিল নিৰ্যাতন। উলংগ কৰি ৰাজপথত সমদল উলিওৱা ভিডিঅ’ ভাইৰেল কৰিছিল এইজন অভিযুক্তই (Manipur Viral Case)

মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে জনালে এই কথা।

Photo: Batori24

লগতে পঢ়কঃ Delhi Man Death Gym: জীমত যোৱাসকল সাৱধান! ট্ৰেডমিলত দৌৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন ২৪ বছৰীয়া যুৱকৰ; জীমৰ মালিকক গ্ৰেপ্তাৰ, ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -