27 C
Guwahati
Tuesday, May 14, 2024

Delhi Man Death Gym: জীমত যোৱাসকল সাৱধান! ট্ৰেডমিলত দৌৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন ২৪ বছৰীয়া যুৱকৰ; জীমৰ মালিকক গ্ৰেপ্তাৰ, ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল…

Delhi Man Death Gym: আৰক্ষীয়ে জীম মেনেজাৰ অনুভৱ দুগ্গলক গ্ৰেপ্তাৰ কৰিছে। অনিচ্ছাকৃত হত্যা আৰু যন্ত্ৰপাতিৰ ক্ষেত্ৰত অৱহেলা কৰাৰ সম্পৰ্কৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে কয় যে ঘটনাটোৰ তদন্ত অব্যাহত

Must Read

Delhi Man Death Gym Owner Arrested: দিল্লীৰ ৰোহিনীত (Delhi’s Rohini) জীমত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ কৰুণ মৃত্যু ঘটে।

জানিবলৈ দিয়া অনুসৰি জীমৰ ট্ৰেডমিলত বিজুতি ঘটে, যাৰ ফলত ৰোহিনী ছেক্টৰ-১৯ৰ নিৱাসী ২৪ বছৰীয়া সক্ষম প্ৰুথী নামৰ যুৱকজনৰ মৃত্যু ঘটে। ৱৰ্কআউট কৰি থকাৰ সময়তে ট্ৰেডমিলত যান্ত্ৰিক বিজুতি ঘটে (Delhi Man Electrocuted While Running On Treadmill, Gym Owner Arrested)

মৃত সক্ষমে ৰোহিনী এলেকাৰে জিম্পলেক্স ফিটনেছ জ’নত (Gymplex Fitness Zone) ব্যায়াম কৰিবলৈ গৈছিল (Death 24 Year Old Saksham Pruthi)। আৰু সেই সময়তে ট্ৰেডমিলত অলপ সময়ৰ বাবে বহে আৰু তাতে অচেতন হৈ বাগৰি পৰে।

Delhi Man Death Gym

ঘটনাটো মঙলবাৰে পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত হয়।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছত মত্যুৰ কাৰণ আৰক্ষীয়ে জানিবলৈ পায়। মৃত সক্ষম প্ৰুথীয়ে বিটেক (BTech Graduate) কৰিছিল আৰু তেওঁ গুৰুগ্ৰামৰ এটা কোম্পানীত এজন অভিযন্তা হিচাপে কাম কৰি আছিল।

মৃত সক্ষমৰ পৰিয়ালত তেওঁৰ পিতৃ মুকেশ কুমাৰ, মা আৰু এগৰাকী সৰু ভগ্নী আছে। সক্ষম পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান আছিল (Delhi Man Death Gym)

আৰক্ষীয়ে জীম মেনেজাৰ অনুভৱ দুগ্গলক গ্ৰেপ্তাৰ কৰিছে। অনিচ্ছাকৃত হত্যা আৰু যন্ত্ৰপাতিৰ ক্ষেত্ৰত অৱহেলা কৰাৰ সম্পৰ্কৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে কয় যে ঘটনাটোৰ তদন্ত অব্যাহত (Delhi Man Death Gym)

Photo: Google

লগতে পঢ়কঃ Sawan 2023: আজি শাওণ মাহৰ তৃতীয়টো দিন; এই মাহটোত কৰক এইবোৰ কাম, কেতিয়াও নহ’ব ধনৰ অভাৱ…পিছে জানি লওক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -