30 C
Guwahati
Monday, April 29, 2024

Manipur Naked Woman Paraded: লজ্জিত সমগ্ৰ দেশবাসী! মণিপুৰৰ ভাইৰেল ভিডিঅ’ই কঁপাইছে দেশ; ২ গৰাকী কুকি মহিলাক “উলংগ” কৰি ৰাস্তাত পেৰেড কৰোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ… দেশজুৰি প্ৰতিক্ৰিয়া, মূল অভিযুক্তক গ্ৰেপ্তাৰ

Manipur Naked Woman Paraded Viral Video: এটা ভিডিঅ’ক লৈ পুনৰ উত্তপ্ত মণিপুৰ (Manipur Viral Video)।

Must Read

Manipur Naked Woman Paraded Viral Video: এটা ভিডিঅ’ক লৈ পুনৰ উত্তপ্ত মণিপুৰ (Manipur Viral Video)।

মণিপুৰৰ ২ গৰাকী কুকি মহিলাক মেইটেই লোকে “উলংগ” কৰি ৰাজপথেৰে পেৰেড কৰি যোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ কৰা বিষয়টোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছে (Manipur Naked Woman Paraded Viral Video)

এই ভিডিঅ’টোৱে প্ৰমাণ কৰিছে যে মণিপুৰৰ আভ্যন্তৰিণ পৰিৱেশ কিমান ভয়াৱহ হৈ পৰিছে। মহিলা দুগৰাকীক উলংগ কৰি ৰাজপথত সমদল কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে (Manipur Naked Woman Paraded Viral Video)

যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ কুকি আৰু মেইটেইসকলৰ সংঘৰ্ষই দুমাহ অতিক্ৰম কৰিলে (Kuki Meitei Conflict)। এই সংঘৰ্ষত ইম্ফল (Imphal) জ্বলি শেষ হৈ গৈছে। কুকি মুক্ত হৈছে ইম্ফল চহৰ।

তাৰ পিছতো আজিও কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰে মণিপুৰক (Manipur Viral Video) শান্ত কৰিব পৰা নাই। মণিপুৰৰ কুকি অথবা মেইটেই কোনেও আৰক্ষী, নিৰাপত্তাৰক্ষীক সমীহ কৰা নাই।

এনে পৰিস্থিতিৰ মাজতে বুধবাৰে পোহৰলৈ অহা মণিপুৰৰ এই ভিডিঅ’ই কেন্দ্ৰীয় চৰকাৰক শলঠেকত পেলাইছে (Manipur Naked Woman Paraded Viral Video)

ভাইৰেল হৈ পৰা এই ভিডিঅ’টো যোৱা ৪ মে’ৰ ঘটনা। ইয়াৰ আগদিনা অৰ্থাৎ ৩ মে’ত মণিপুৰত আৰম্ভ হৈছিল গোষ্ঠীগত সংঘৰ্ষ (Manipur Naked Woman Parade)

জানিব পৰা মতে থৌবল জিলাৰ নংপোক ছেকমাই আৰক্ষী থানাৰ অধীনস্থ কোনো এক অঞ্চলত এই ২ কুকি মহিলাক উলংগ কৰি এইদৰে পেৰেড কৰাৰ লগতে দলৱদ্ধ ধৰ্ষণ (Gangraped) কৰিছিল।

অৱশ্যে এটা কুকি সংগঠনে এই ঘটনা কংকপি জিলাৰ বুলিহে উল্লেখ কৰিছে।

এই ভিডিঅ’ ভাইৰেল (Manipur Video) হৈ পৰাৰ পিছত এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (N Biren Singh)

সমগ্ৰ ঘটনাক লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (Manipur CM N Biren Singh) টুইট কৰি কয়-

‘‘এই ঘটনা দুৰ্ভাগ্যজনক। চৰকাৰে নিজাববীয়াকৈ গোচৰ লৈ তদন্ত কৰিছে। বুধবাৰে ভিডিঅ’টো পোহৰলৈ আহিছিল। মণিপুৰ আৰক্ষীয়ে (Manipur Police Arrest Culprit) আজি পুৱাই এজনক গ্ৰেপ্তাৰ কৰিছে। দোষীৰ বিৰুদ্ধে কঠোৰতম শাস্তি নিশ্চিত কৰা হ’ব। প্ৰয়োজনত মৃত্যুদণ্ডৰ বিবেচনা কৰা হ’ব। সমাজত এনে বৰ্বৰ কাণ্ডৰ স্থান নাই।’’

আনহাতে কেন্দ্ৰীয় নাৰী আৰু শিশু কল্যাণমন্ত্ৰী স্মৃতি জুবিন ইৰাণিয়ে (Zubin Irani) এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটাৰত লিখিছে, দুই মহিলাৰ ওপৰত ভয়াৱহ যৌন নিৰ্যাতন ঘটনাক তীব্ৰ নিন্দা কৰিছো।

Manipur Naked Woman Paraded

মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে কথা পাতিছো। তদন্ত চলি আছে। তেওঁ প্ৰতিশ্ৰুতি দিছে ঘটনাৰ ন্যায়িক বিচাৰ হ’ব।

ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও (Amit Shah Reaction On Manipur Viral Video Case) মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনৰ জৰিয়তে আলোচনা কৰিছে।

ইফালে দেশৰ উচ্চতম ন্যায়ালয়ৰ মখ্য ন্যায়াধীষ ডি ৱাই চন্দ্ৰচূড়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাইৰেল হৈ পৰা দৃশ্যই অশান্তিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে (Manipur Naked Woman Parade)

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ঘটনাক লৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া (Narendra Modi on Manipur Viral Video Case)

Manipur Naked Woman Paraded

মোদীয়ে কয়, ‘‘এই ঘটনাত ১৪০ কোটি দেশবাসী লজ্জানত হৈছে। দোষীক ৰেহাই দিয়া নহ’ব। কঠোৰতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মণিপুৰৰ জীয়ৰীসকলৰ সৈতে হোৱা অপৰাধ ক্ষমা কৰা নহ’ব। এয়া সভ্য সমাজক লজ্জানত কৰা ঘটনা। মণিপুৰৰ ভাইৰেল কাণ্ডত গোটেই দেশ লজ্জিত হৈছে (Manipur Naked Woman Parade)।’’

ইতিমধ্যে এই কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। থৌবাল জিলাৰ পৰা অভিযুক্ত ৩২ বছৰীয়া খৈৰাম হীৰাদাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Accuse of Manipur Viral Video Case Arrested)

এই ভিডিঅ’ টুইটাৰকে ধৰি সামাজিক মাধ্যমৰ পৰা আঁতৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে (Manipur Naked Woman Paraded Viral Video)

ইতিমধ্যে টুইটাৰসহ সকলো সামাজিক মাধ্যমৰ কৰ্তৃত্বশীল বিষয়ালৈ নিৰ্দেশ প্ৰদান কৰি কৈছে যে, মণিপুৰৰ এই ভিডিঅ’ অতি সোনকালে আঁতৰাই দিয়ক। এই সন্দৰ্ভত টুইটাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভাৰতীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও চৰ্চা চলিছে (Manipur Naked Woman Parade)

Photo: Google

লগতে পঢ়কঃ জানি থওক! বহি থকাৰ সময়ত ভৰি নচুৱাই (Moving Legs) থাকে নেকি? যদি থাকে তেন্তে আজিয়েই এৰক এই অভ্যাস, নহ’লে দৰিদ্ৰতাই কেতিয়াও লগ নেৰিব, আৰু হ’ব বহু লোকচান…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -