32 C
Guwahati
Monday, April 29, 2024

Manipur 2 Women Naked Bollywood: মণিপুৰত ২ মহিলাক “উলংগ” কৰি ধৰ্ষণ কৰা ঘটনাক লৈ Bollywoodৰ পৰা আহিল প্ৰতিক্ৰিয়া; Akshay Kumar, Sonu Soodৰ লগতে বহুকেইগৰাকী তাৰকাৰ নিন্দা

Manipur 2 Women Naked Bollywood: ১৯ জুলাইত মণিপুৰৰ ২ গৰাকী কুকি মহিলাক মেইটেই লোকে "উলংগ" কৰি ৰাজপথেৰে পেৰেড কৰি যোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ কৰা বিষয়টোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছে

Must Read

Manipur 2 Women Naked Bollywood: ১৯ জুলাইত মণিপুৰৰ ২ গৰাকী কুকি মহিলাক মেইটেই লোকে “উলংগ” কৰি ৰাজপথেৰে পেৰেড কৰি যোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ কৰা বিষয়টোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছে (Manipur Naked Woman Paraded Viral Video)।

বৰ্তমান এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ কুকি আৰু মেইটেইসকলৰ সংঘৰ্ষই দুমাহ অতিক্ৰম কৰিলে (Kuki Meitei Conflict)

Manipur 2 Women Naked Bollywood

ইম্ফলত থকা বহুসংখ্যক মেইটেই আৰু পাহাৰী জনজাতি কুকিৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ দেখিবলৈ পোৱা যায়।

এতিয়া মণিপুৰৰ দুগৰাকী মহিলাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হোৱাৰ পিছত বলীউডৰ কেইবাগৰাকীও তাৰকাই নিজৰ মন্তব্য ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে (Akshay Kumar, Sonu Sood, Kiara Advani, Richa Chadha and other Bollywood celebs condemn)

এই তাৰকাসমূহৰ ভিতৰত আছে অক্ষয় কুমাৰ, কিআৰা আদবানী, ৰিচা চড্ডা, ছনু ছুড, ৰেণুকা ছাহাণে আৰু কণিকা ধিল্লন। আটাইকেইগৰাকীয়ে ছচিয়েল মিডিয়াত নিজৰ ভাব শ্বেয়াৰ কৰি ঘটনাটোক লৈ নিন্দা কৰে (Manipur 2 Women Naked Bollywood)

Akshay Kumar-এ দিয়ে প্ৰতিক্ৰিয়া (Manipur Women Case)-

প্ৰতিক্ৰিয়াত আটাইতকৈ ওপৰত নাম আছে অক্ষয় কুমাৰৰ নাম। অভিনেতাগৰাকীয়ে ঘটনা সন্দৰ্ভত কয় যে, “মণিপুৰত মহিলাসকলৰ বিৰুদ্ধে হোৱা হিংসাৰ ভিডিঅ’ দেখি মই আচৰিত হৈছো, নিৰাশ হৈছো। মই আশা কৰিছো যে দোষীসকলে ইমান কঠোৰ শাস্তি পাওক যে কোনেও দ্বিতীয়বাৰলৈ এই কাম নকৰে (Manipur 2 Women Naked Bollywood)।

Sonu Sood-এ শ্বেয়াৰ কৰে নিজৰ প্ৰতিক্ৰিয়া-

অভিনেতাজনে ক’লে, “মণিপুৰ ভিডিঅ’টোৱে সকলোৰে আত্মাক কঁপাই তুলিছে। এয়াই মানৱতা আছিল যাৰ পেৰেড কৰোৱা হৈছিল…মহিলাৰ নহয়।”

Richa Chadhaই দিলে প্ৰতিক্ৰিয়া-

অভিনেত্ৰীগৰাকীয়ে ক’লে- “লজ্জাজনক! ভয়াৱহ! অৰ্ধম!”

Renuka Shahaneই ক’লে-

অভিনেত্ৰীগৰাকীয়ে ক’লে- “মণিপুৰত অত্যাচাৰ ৰখাবলৈ কোনো নাই নেকি?

Kanika Dhillonৰ প্ৰতিক্ৰিয়া-

Kiara Advaniয়ে ক’লে যে-

ছচিয়েল মিডিয়াত হৈ আছে চৰ্চা

এই ঘটনাই কেৱল বলীউডতে (Bollywood) নহয় সাধাৰণ লোককো নিৰাশ কৰিছে। ছচিয়েল মিডিয়া প্লেটফৰ্মত এই ঘটনাক লৈ ক্ষোভ দেখা গৈছে (Manipur 2 Women Naked Bollywood)। টুইটাৰত ‘মণিপুৰ হিংসা’, ‘লজ্জাজনক’, ‘বহুত হ’ল’ এইবোৰৰ দৰে হেছটেগ ট্ৰেণ্ড হ’বলৈ ধৰিছে।

Photo: Google

লগতে পঢ়কঃ Manipur Naked Woman Paraded: লজ্জিত সমগ্ৰ দেশবাসী! মণিপুৰৰ ভাইৰেল ভিডিঅ’ই কঁপাইছে দেশ; ২ গৰাকী কুকি মহিলাক “উলংগ” কৰি ৰাস্তাত পেৰেড কৰোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ… দেশজুৰি প্ৰতিক্ৰিয়া, মূল অভিযুক্তক গ্ৰেপ্তাৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -