32 C
Guwahati
Wednesday, May 15, 2024

Ahmedabad Accident 9 Died: চৰণেহে জানে মৰণৰ ঠাই! প্ৰথমে থাৰ-ডাম্পাৰৰ মাজত ভয়ংকৰ খুন্দা; আৰু সেই দুৰ্ঘটনা চাবলৈ যোৱা মানুহকে খুন্দিয়ালে Jaguarৰ বাহনে; ৯জনে সাৱটিলে কৰুণ মৃত্যুক

Ahmedabad Accident 9 Died 15 Injured: ডাম্পাৰ আৰু থাৰৰ দুৰ্ঘটনা চাবলৈ ৰৈ আছিল বহু মানুহ, তেতিয়াই ১৬০ বেগত অহা Jaguarৰ বাহনে খুন্দা মাৰে সেইসকল লোকক

Must Read

Ahmedabad Accident 9 Died 15 Injured: গুজৰাটৰ আদমেদাবাদত (Gujrat Ahmedabad) ১৯ জুলাইৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়।

Ahmedabad Accident 9 Died

এই দুৰ্ঘটনাত ৯ গৰাকী লোকৰ মৃত্যু ঘটে (9 Person Died)। মৃত লোকসকলৰ ভিতৰত এজন আৰক্ষী কনিষ্টবল আৰু এজন হোমগাৰ্ড। আনহাতে এই দুৰ্ঘটনাত ১৫ গৰাকী লোক গুৰুতৰভাবে আহত হয় (15 Critically Injured)। আহতসকলক ওচৰৰে হাস্পতালত ভৰ্তি কৰোৱা হয়।

এক তথ্য অনুসৰি, আহমেদাবাদৰ ইছকন ব্ৰীজৰ (ISKCON Flyover) ওপৰত প্ৰথমে এখন থাৰ আৰু ডাম্পাৰৰ (Thar And Dumper Colided) মাজত ভয়ংকৰ খুন্দা লাগে।

Ahmedabad Accident 9 Died Ahmedabad Accident 9 Died

তাৰ পিছত এই পথ দুৰ্ঘটনা চাবলৈ তাত বহু লোকে ভিৰ কৰে। তেতিয়াই পাছফালৰ অহা এখন দ্ৰতবেগী জাগোৱাৰ বাহনে তাত উপস্থিত থকা লোকসকলক মহটিয়াই নিয়ে (Ahmedabad Road Accident 9 People Killed And 15 Injured By A Speeding Jaguar Car)

Ahmedabad Accident 9 Died

যিটো সময়ত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় সেই সময়ত জাগোৱাৰ বাহনখনৰ বেগ প্ৰায় প্ৰতিঘণ্টাত ১৬০ কিলোমিটাৰ আছিল বুলি কৈছে। গাড়ীখনৰ বেগ বেছি হোৱা বাবে চালকে গাড়ীখন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় (Ahmedabad Accident 9 Died)

ছোলা চিভিল হাস্পতালৰ মেডিকেল বিষয়া কৃপা পেটেলে ক’লে যে ঘটনাটোৰ পিছত ১২ গৰাকী লোকক হাস্পতাললৈ প্ৰেৰণ কৰা হ’ল, য’ৰ ৯ গৰাকী লোকে প্ৰাণ হেৰুৱালে (Ahmedabad Accident 9 Died)

Photo: Google

লগতে পঢ়কঃ Manipur 2 Women Naked Bollywood: মণিপুৰত ২ মহিলাক “উলংগ” কৰি ধৰ্ষণ কৰা ঘটনাক লৈ Bollywoodৰ পৰা আহিল প্ৰতিক্ৰিয়া; Akshay Kumar, Sonu Soodৰ লগতে বহুকেইগৰাকী তাৰকাৰ নিন্দা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -