32 C
Guwahati
Monday, April 29, 2024

Manipur 2 NSCN Cadres Died: মণিপুৰৰ ননেত NSCN-IMৰ ২ কেডাৰক গুলীয়াই হত্যা; শুই থকা অৱস্থাতে ZUFৰ কেডাৰে গুলীয়াই কেডাৰ দুজনক

Manipur 2 NSCN Cadres Died: ZUF কেডাৰে গুলীয়াই হত্যা কৰে এন এছ চি এন-আই এমৰ দুজন কেডাৰক

Must Read

Manipur 2 NSCN Cadres Died IN Noney: শুকুৰবাৰে নিশা প্ৰায় ১.৪৫ বজাত NSCN-IMৰ ২ কেডাৰক গুলীয়াই হত্যা কৰে জেলিয়ানগ্ৰং ইউনাইটেড ফ্ৰণ্ট (Zeliangrong United Front)ৰ কেডাৰে।

জিলাখনৰ ৰেংপাঙত (Rengpang) এটা ঘৰত শুই থকা অৱস্থাতে কেডাৰ দুজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

Manipur 2 NSCN Cadres Died

ননে জিলাৰ খংছাং আৰক্ষী থানাৰ অধীনস্থ ৰেংপাঙত এন এছ চি এন-আই এমৰ দুজন কেডাৰক জেলিয়াংগ্ৰং ইউনাইটেড ফ্ৰণ্টৰ কেডাৰে (ZUF Cadres) গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে (Manipur 2 NSCN Cadres Died)

এই ঘটনাৰ পিচতে পুৱা প্ৰায় ৬:৩০ বজাত খংছাং থানাৰ (Khongsang Police Station) এটা দলে সেই স্থানত উপস্থিত হয় আৰু এন এছ চি এন-আই এমৰ কেডাৰৰ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় (Manipur 2 NSCN Cadres Died)

Photo: Google

লগতে পঢ়কঃ Shani Dev Angry Reasons: কাইলৈ শনিবাৰ; শনিবাৰৰ দিনটোত এই ১৬টা ভুল কেতিয়াও নকৰিব, নহ’লে শনি দেৱতাই কৰিব খং, পিছ নেৰা হ’ব দুখে! আহক জানো কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -