33 C
Guwahati
Monday, April 29, 2024

Manipur Naked Video Update: দায়ী নেকি আৰক্ষী? “আমাক উলংগ আৰু ধৰ্ষণ কৰাৰ সময়ত আছিল আৰক্ষী; কিন্তু সহায়ৰ সলনি আমাক হিংস্ৰ গঞাৰ হাতত এৰি দি পলাইছিল, এজন এজনকৈ বহুকেইজনে ধৰ্ষণ কৰিছিল”- ভয়ংকৰ বৰ্ণনা মণিপুৰৰ ভুক্তভোগী মহিলাৰ, মাতৃ-কন্যা আছিল দুয়োগৰাকী..

Manipur Naked Video Update: এই ঘটনাই জোকাৰিছে সমগ্ৰ দেশ (Manipur Naked Video Update)। প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক-অৰাজনৈতিক মহলত

Must Read

Manipur Naked Video Update: ১৯ জুলাইত মণিপুৰৰ ২ গৰাকী কুকি মহিলাক (Manipur 2 Women Naked) মেইটেই লোকে “উলংগ” কৰি ৰাজপথেৰে পেৰেড কৰি যোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ (Gangraped) কৰা বিষয়টোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছে।

এই ঘটনাই জোকাৰিছে সমগ্ৰ দেশ (Manipur Naked Video Update)। প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক-অৰাজনৈতিক মহলত। ইফালে এই বৰ্বৰ ঘটনাৰ (Horrific Incident) বলি হোৱা এগৰাকী ভুক্তভোগীয়ে দাবী কৰিছে যে (Victim Women)

“তেওঁলোকক উলংগ কৰি যৌন নিৰ্যাতন (Sexually Harrasment) চলোৱাৰ সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত আছিল আৰু আৰক্ষীয়ে তেওঁলোকক সহায় কৰাৰ সলনি হিংস্ৰ আৰু উন্মাদ গঞাৰ সমুখত ধৰ্ষণৰ বলি হ’বলৈ এৰি দিছিল।”

“প্ৰায় ২ ঘণ্টা ধৰি তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল। এজন এজনকৈ বহুকেইজন পুৰুষে তেওঁলোকক ধৰ্ষণ কৰিছিল। মোৰ নিৰ্যাতিতা কন্যাৰ পিতৃ আৰু ভাতৃক সেই স্থানতে হত্যা কৰি তেওঁলোকৰ মৃতদেহ খালত পেলাই দিয়া হৈছিল।”

লগতে পঢ়কঃ Manipur Viral Case: দেশ কঁপোৱা মণিপুৰ ঘটনাৰ এইজন মূল অভিযুক্তক গ্ৰেপ্তাৰ; এইজন পাষণ্ডই ২ গৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱাই, ধৰ্ষণ আৰু হত্যাৰ চেষ্টাৰ কাণ্ডত লৈছিল আগভাগ

এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল (Social Media Viral Video)। ভাইৰেল হৈ পৰা ভিডিঅ’ত দুগৰাকী মহিলাক দেখা গৈছিল। তাৰে এগৰাকী ৪০ বছৰীয়া মাতৃ আছিল আৰু আনগৰাকী আছিল ১৮ বছৰীয়া কিশোৰী।

Manipur Naked Video Update Manipur Naked Video Update Manipur Naked Video Update

সংবাদ মাধ্যমত ভুক্তভোগী ৪০ বছৰীয়া মহিলাগৰাকীয়ে কোৱা অনুসৰি, এই জঘন্য কাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁলোকক আৰক্ষীয়ে এৰি দিছিল আৰু নিজাববীয়াকৈ পলাই যাবলৈ কৈছিল আৰু আৰক্ষীয়েও সেই স্থানৰ পৰা পলায়ন কৰিছিল (Manipur Naked Video Update)

এই ঘটনা সন্দৰ্ভত ১৮ মে’ত দাখিল কৰা আৰক্ষীৰ এজাহাৰ অনুসৰি কনিষ্ঠ মহিলাগৰাকীয়েও নিৰ্মমভাৱে দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ কষ্ট ভোগ কৰিছিল (Manipur Naked Video Update)

কাংপোকপি জিলাৰ তেওঁলোকৰ গাঁওখনত আক্ৰমণৰ বলি হোৱাৰ পিছত তেওঁলোকে ওচৰৰ হাবিত আশ্ৰয় বিচাৰিছিল বুলি জানিব পৰা গৈছে।

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এই কাণ্ডৰ সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু কৰাই কয় যে যদি চৰকাৰে কোনো ব্যৱস্থা নকৰে তেন্তে উচ্চতম ন্যায়ালয়ে কৰিব।

লগতে পঢ়কঃ Manipur 2 Women Naked Bollywood: মণিপুৰত ২ মহিলাক “উলংগ” কৰি ধৰ্ষণ কৰা ঘটনাক লৈ Bollywoodৰ পৰা আহিল প্ৰতিক্ৰিয়া; Akshay Kumar, Sonu Soodৰ লগতে বহুকেইগৰাকী তাৰকাৰ নিন্দা

এই ঘটনাৰ লগত জড়িত ইতিমধ্যে ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Manipur Police)। বৃহস্পতিবাৰে পুৱা মূল অভিযুক্ত হুইৰাম হেৰদাস সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতে মণিপুৰ আৰক্ষীয়ে ধাৰবাহিকভাবে অভিযান চলাই নিশাপৰ্যন্ত আন ৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে (4 Culprits Arrested By Manipur Police)

আনহাতে ঘটনাৰ মূল অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ কৰে মেইৰা পাইবিৰ সদস্যই। থাউবাল জিলাৰ ইয়াইৰিপক অঞ্চলত থকা বাসগৃহ অগ্নিসংযোগ কৰে। সংঘৰ্ষজৰ্জৰ মণিপুৰত তীব্ৰতৰ সেনা আৰু আৰক্ষীৰ অভিযান (Manipur Naked Video Update)

Photo: Google

লগতে পঢ়কঃ Astro For Good Luck: বিশ্বাস কৰক বা নকৰক! ঘৰত এই জীৱ-জন্তুবোৰ দেখাটো যথেষ্ট শুভ; ধন-সম্পত্তিৰ হয় বৰষুণ, পিছে ভুলতেও এইবোৰক মাৰি পেলোৱাৰ ভুল নকৰিব…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -