24 C
Guwahati
Sunday, May 5, 2024
- Advertisement -

CATEGORY

Latest Articles

ভাৰত জোড়ো ন্যায় যাত্ৰাত প্ৰশাসনৰ নিৰ্দেশনা উলংঘা: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক যোৰহাট আৰক্ষীৰ চমন জাৰি

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক যোৰহাট আৰক্ষীয়ে জামিন বিহীন গোচৰৰ চমন জাৰি কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত...

১৪ জানুৱাৰীত মনিপুৰৰ পৰা ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰা: অসমত কটাব প্ৰায় পাঁচ দিন

ভাৰত জোড়ো যাত্ৰাৰ পৰিসমাপ্তিৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধী এইবাৰ ভাৰত ন্যায় যাত্ৰাৰ বাবে সাজু হৈছে। অহা ১৪ জানুৱাৰীত মনিপুৰৰ পৰা গান্ধীয়ে এই যাত্ৰা...

এইবাৰ পত্নীয়ে ২২ টুকুৰা কৰিলে স্বামীক, মৃতদেহ সোমাৱাই ৰাখিছিল ফ্ৰীজত

শ্ৰদ্ধা হত্যাকাণ্ড মাৰ নাযাওতে পুনৰ আন এক হত্যাকাণ্ডই জোকাৰিছে ৰাজধানী চহৰ দিল্লী। এইবাৰৰ ঘটনা দিল্লীৰ পাণ্ডৱ নগৰত। এইবাৰৰ অপৰাধত জড়িত এগৰাকী পত্নী আৰু পুত্ৰ।...

প্ৰদেশ কংগ্ৰেছৰ পৰা প্ৰদ্যুত বৰদলৈ আৰু ৰকিবুল হুছেইনৰ পদত্যাগ, কিয় দুই নেতাই এৰিলে প্ৰদেশ কংগ্ৰেছ?

কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা প্ৰদ্যুত বৰদলৈ আৰু ৰকিবুল হুছেইনে অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে।দেওবাৰে দুয়োগৰাকী নেতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ...

গুৱাহাটীত বিজেপিৰ ছমহলীয়া বিলাসী কাৰ্যালয়ৰ শুভ উদ্বোধন; অমিত শ্বাহ-জে পি নাড্ডাই কৰিলে দ্বাৰ মুকলি

শনিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন হ'ল অসম বিজেপিৰ ছমহলীয়া অভিজাত মুখ্য কাৰ্যালয়। গুৱাহাটীৰ বশিষ্টত নিৰ্মাণ কৰা প্ৰাসাদ সদৃশ দলীয় মুখ্য কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে...

অচিৰেই ৫ হাজাৰ কোটিৰ আঁচনি : নিবনুৱাক বৃহৎ আশ্বাস দি মুখ্যমন্ত্ৰীৰ ভাষণ

অচিৰেই ৫ হাজাৰ কোটিৰ আঁচনি : নিবনুৱাক বৃহৎ আশ্বাস দি মুখ্য মন্ত্ৰী ভাষণ অসমৰ লাখ লাখ নিৱনুৱাৰ বাবে সুখবৰ! ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলে লাভ কৰিব কৰ্ম...

Steps taken by the Government to boost skill based education under NEP

The Government of India has initiated various convergence efforts across the skill ecosystem under “Skill India Mission (SIM)”. Under the Mission, more than 20...

PM wishes President Smt Droupadi Murmu a fruitful Presidential tenure

The Prime Minister has wished President, Smt Droupadi Murmu a fruitful Presidential tenure. He said that her assumption of office is a watershed moment...

WHO declare Monkeypox a Global Health Emergency

The 'Monkeypox' outbreak has been declared a global health emergency by the World Health Organization (WHO). A global emergency is WHO's highest level of alert,...

Latest news

- Advertisement -spot_img