34 C
Guwahati
Saturday, May 4, 2024

Bollywood Kanjoos Actors: সাধাৰণ বাদ দিয়ক; বলীউডতে আছে “Kanjoos” অভিনেতা-অভিনেত্ৰী, কোটিত উপাৰ্জন কৰিও এইকেইগৰাকী তাৰকাই ১০০ বাৰ ভাবে খৰচ কৰিবলৈ টকা!

Bollywood Kanjoos Actors: বলীউডৰ তাৰকাসকলে নিজৰ লাইফষ্টাইল, দামী-দামী সামগ্ৰী আৰু ডিজাইনাৰ কাপোৰক লৈ প্ৰায়ে শিৰোনাম দখল কৰি থাকে

Must Read

Bollywood Kanjoos Actors Entertainment: বলীউডৰ তাৰকাসকলে নিজৰ লাইফষ্টাইল, দামী-দামী সামগ্ৰী আৰু ডিজাইনাৰ কাপোৰক লৈ প্ৰায়ে শিৰোনাম দখল কৰি থাকে।

কোটি টকাত উপাৰ্জন কৰা তাৰকাসকলৰ খৰচো কোটি কোটি টকাতে হয়। কিন্তু কেইগৰাকীমান এনে তাৰকাও আছে যিয়ে অপ্ৰয়োজনীয় বস্তুত খৰচ কৰিবলৈ ভাল নাপায় (Bollywood Kanjoos Actors)। এইসকল অভিনেতা-অভিনেত্ৰীয়ে নিজৰ এটকা-এটকা ভাবি ভাবি খৰচ কৰে।

১. ছাৰা আলী খান (Sara Ali Khan)

Bollywood Kanjoos Actors

এইগৰাকী অভিনেত্ৰীয়ে নিজৰ কৃপণালীৰ কথা নিজেই শুনাইছিল। ছাৰাই কপিল শৰ্মাৰ শ্ব’ত নিজেই এটা কাহিনী শুনাইছিল যে তেওঁৰ মাকে ১৬০০ টকাৰ টাৱেল কিনিছিল, যাৰ বাবে তেওঁ বহুত খং কৰিছিল।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁৰ বাডৰোবত এখনো ডিজাইনাৰ কাপোৰ নাই।

২. শ্ৰদ্ধা কাপুৰ (Shraddha Kapoor)

Bollywood Kanjoos Actors

বলীউড অভিনেত্ৰী শ্ৰদ্ধা কাপুৰেও বহুত চম্ভালি টকা খৰচ কৰে। তু ঝুঠী ম্যে মক্কাৰৰ প্ৰমোচনৰ সময়ত অভিনেত্ৰীগৰাকীয়ে মানিও লৈছিল যে তেওঁ আজিও ছেলৰ পৰাই কাপোৰ কিনিব ভাল পায়।

৩. কাজল (Kajol)

Bollywood Kanjoos Actors

কাজলে এখন চিনেমাৰ বাবে কোটি টকা মাচুল লয়। লগতে ফিল্ম প্ৰডাকচন হাউছো চলায়, কেইবাটাও উপাৰ্জনৰ উৎস থকাৰ পিছতো কাজলে যথেষ্ট ভাবি-ভাবি টকা খৰচ কৰে। এবাৰটো কৰণ জোহৰে কাজলক সকলোৰে সন্মুখত কৃপণৰ টেগো দি দিছিল (Bollywood Kanjoos Actors)

৪. ছলমান খান (Salman Khan)

Salman Khan

বলীউড ছুপাৰষ্টাৰ ছলমান খানৰ ছবিয়ে কোটি টকা উপাৰ্জন কৰে। অভিনেতাজন কেইবাটাও বিলাসী সম্পত্তিৰ মালিকো হয়, কিন্তু তেওঁ আজিও এটা 2 BHK ফ্লেটত বাস কৰে।

৫. জন আব্ৰাহম (John Abraham)

Bollywood Kanjoos Actors

অভিনেতা জন আব্ৰাহম শক্তিশালী প্ৰদৰ্শন আৰু চিধা স্বভাৱৰ বাবে জনপ্ৰিয়। জন আব্ৰাহমে ইভেণ্টে হওক বা পাৰ্টী হওক ডিজাইনাৰ কাপোৰৰ পৰা দূৰত থাকে।

অভিনেতাজনে এটা ইণ্টাৰভিউত নিজে কৈছিল যে তেওঁ এটা টি-শ্বাৰ্ট, এটা জীঞ্চ আৰু এযোৰ চেণ্ডেলতে এটা বছৰ চলিব পাৰে (Bollywood Kanjoos Actors)

Photo: Google

লগতে পঢ়কঃ Tinsukia Niece Murder: আকৌ “মদে” ল’লে প্ৰাণ! মদৰ নিচাত মোমায়েকে ভগৱানৰ “ত্ৰিশূলেৰে” হানি-খুঁচি হত্যা কৰিলে ভগৱান তুল্য “ভাগিনীয়েকক”, সম্পূৰ্ণ ঘটনাটো কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -