31 C
Guwahati
Saturday, May 18, 2024

জাৱৰৰ মাজত লুকাই আছে এটা ‘মেকুৰী’; উলিয়াওক বিচাৰি মানি লম ‘Genius’ বুলি, ৯৯% শতাংশ লোকৰে উত্তৰ ভুল, চাওক Optical Illusion Viral Photo

Optical Illusion Viral Photo: অপ্টিকেল ইলিউছন বহু প্ৰকাৰৰ থাকে। কিছুমান যথেষ্ট সহজ আৰু কিছুমান অত্যন্ত জটিল। আমি আপোনালোকলৈ এনেধৰণৰ এখন ছবি লৈ আহিছো, যিখন ছবি চাই আপুনি বিভ্ৰান্তিত পৰিব পাৰে। আপুনি এই ফটোখনত দেখা পাইছেনে এটা মেকুৰী?

Must Read

Optical Illusion Viral Photo: আজিকালি ছচিয়েল মিডিয়াত (Social Media) মানুহে অপ্টিকেল ইলিউছন থকা ছবিবোৰ চাই অলপ সময়ৰ বাবে থমকি ৰৈ যায় আৰু তাৰ উত্তৰটো বিচাৰিবলৈ চেষ্টা কৰে। প্ৰতিদিনে এনেধৰণৰ বিভ্ৰান্তিকৰ ছবি ভাইৰেল হৈয়ে থাকে। সৰু হওক বা ডাঙৰে হওক সকলোৱে ছচিয়েল মিডিয়াত অপ্টিকেল ইলিউছনৰ (Optical Illusion) প্ৰতি আগ্ৰহী। মানুহে সাঁথৰৰ সমাধান উলিয়াবলৈ বহুত আনন্দ পায়। এইকাৰণেই আগতে বাতৰি কাকতটো এনে ছবি প্ৰকাশ কৰা হৈছিল, য’ত পঢ়ুৱৈসকলে দুখন ফটোৰ মাজৰ পাৰ্থক্য বিচাৰি উলিয়াব লগা হৈছিল। বৰ্তমান অপ্টিকেল ইলিউছনৰ ফটোবোৰে সেই স্থান দখল কৰিছে।

আৱৰ্জনাৰ মাজত লুকাই আছে এটা মেকুৰী (Did You See A Cat)

কিছুমান লোক আছে যিয়ে সকলো ধৰণৰ ট্ৰেণ্ডিং, ধেমালি আৰু জন্তুৰ ভিডিঅ’ চাবলৈ ভাল পায়। কিন্তু কিছুমানৰ সোৱাদ বেলেগ। উচ্চ আত্মবিশ্বাস থকা লোকসকলে প্ৰত্যাহ্বান পচন্দ কৰে। আজিকালি, নেটিজেনসকলৰ মাজত অপ্টিকেল ইলিউছন (Optical Illusion) ফটোৰ এক উন্মাদনা আছে। ছচিয়েল মিডিয়াত ‘সাপ লুকাই আছে এই ফটোখনত’, ‘কিমানটা জন্তু লুকাই আছে এই ফটোখনত…’দৰে সাঁথৰ ভাইৰেল হৈ আছে। এনেধৰণৰ এখন অপ্টিকেল ইলিউছনৰ ছবি ভাইৰেল হৈ আছে, য’ত এটা মেকুৰী লুকাই আছে। এতিয়া আপুনি এইটো বিচাৰি উলিয়াব লাগিব যে মেকুৰীটো কোনটো কোণত আছে। এইটো ইমানো সহজ নহয়। মেকুৰীটো আৱৰ্জনাৰ স্তূপৰ মাজত আছে।

অপ্টিকেল ইলিউছনৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল (Optical Illusion Viral Photo) হৈছে

ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ছবিখনত আপুনি অলপ মগজুত জোৰ দিব লাগিব। অৱশ্যে, মেকুৰীটো ইমানবোৰ আৱৰ্জনাত সহজে দেখা নাযাব, যদিহে আপুনি ইয়াক চাৰিওফালে সঠিকভাৱে বিচাৰি নাচায়। অলপ ভালদৰে চাওক আৰু কওক মেকুৰীটো ক’ত লুকাই আছে (Did You See A Cat)। যদি আপুনি এতিয়াও দেখা পোৱা নাই তেন্তে আহক আপোনালোকক এটা হিণ্ট দিও। মেকুৰীটোৰ ৰং ক’লা আৰু বগা আৰু ই আৱৰ্জনাৰ মাজৰ পৰা তলতলৈ নামি আহি আছে। যদি আপুনি এতিয়াও দেখা নাই তেন্তে তলত এখন ফটো দিয়া আছে।

Photo: Zee News

লগতে পঢ়কঃ মেট্ৰিকত বেয়া প্ৰদৰ্শন! ৰাজ্যৰ ১০৫খন বিদ্যালয়ৰ স্বীকৃতি বাতিল ছেবাৰ (SEBA); নৱম শ্ৰেণীৰ পৰা নামভৰ্তি কৰিব নোৱাৰিব এইকেইখন বিদ্যালয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -