26 C
Guwahati
Sunday, April 28, 2024

Karachi Man Tried Rape: বুৰ্খা-হিজাবতো সুৰক্ষিত নহয় মহিলা! দিন-দুপৰতে এগৰাকী মহিলাক “ধৰ্ষণ’ কৰাৰ অপচেষ্টা যুৱকৰ; পোহৰলৈ আহিল এক ভয়ংকৰ ভিডিঅ’, Watch Video

Karachi Man Tried Rape Burqa Woman: এই ঘটনাৰ সৈতে জড়িত দুটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য'ত যুৱকক এই লজ্জাজনক কৰ্ম কৰাৰ বাবে প্ৰস্তুতি চলাই থকা দেখা গৈছে।

Must Read

Karachi Man Tried Rape Burqa Woman: ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত (Pakistan) মহিলাৰ বিৰুদ্ধে অপৰাধ দিনক-দিনে বৃদ্ধি হৈ গৈ আছে।

নিশাটো বেলেগ কথা, দিন-দুপৰতে এনেধৰণৰ ঘটনা মুকলিকৈ সংঘটিত কৰিবলৈ সাহস কৰিবলৈ আৰম্ভ কৰিছে।

এতিয়া শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে, যিটো শুনাৰ পিছত আপুনিও আচৰিত হৈ উঠিব। দৰাচলতে, কৰাচীৰ গুলিস্তান-এ-জৌহৰত (Gulistan Video Viral) এগৰাকী বুৰ্খা পিন্ধা (Burqa Woman) মহিলাক দিন-দুপৰতে ধৰ্ষণৰ অপচেষ্টা চলায় (Karachi Man Tried Rape Burqa Woman In Broad Daylight Video Viral)

এই ঘটনাৰ পিছতে, পাকিস্তানত মহিলাসকলৰ সুৰক্ষা বিষয়টোক লৈ বহুতো প্ৰশ্ন উত্থাপিত হ’বলৈ আৰম্ভ কৰিছে।

দৰাচলতে, এজন যুৱকে গলিত বাইক ৰখাই নিজৰ কাপোৰ খুলি দিয়ে আৰু মহিলাগৰাকীৰ অপেক্ষা কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়াই মহিলাগৰাকী তাৰ কাষেৰে পাৰ হৈ যায়, যুৱকজনে নগ্ন অৱস্থাতে তাইৰ পিছলৈ দৌৰি গৈছিল আৰু বলপূৰ্বক ধৰ্ষণ (Tried To Rape) কৰিবলৈ চেষ্টা কৰিছিল।

অৱশ্যে, মহিলাগৰাকীয়ে ইতিমধ্যে যুৱকজনৰ উদ্দেশ্য অনুভৱ কৰিছিল। গতিকে তাই যুৱকজনক এটা ঠেলা মাৰি তাইৰ পৰা দূৰ কৰি দিয়ে আৰু তাৰ পৰা পলায়ন কৰে।

মুকলিকৈ ধৰ্ষণৰ চেষ্টা

এই ঘটনাটোৰ সৈতে জড়িত ২টা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ পৰে, য’ত যুৱকজনক এই কু-কাণ্ড কৰিবলৈ প্ৰস্তুতি চলাই থকা দেখা গৈছে।

যুৱকজনৰ সন্ধানত আৰক্ষীৰ অভিযান

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত কৰাচীৰ আৰক্ষীয়ে (Karachi Police) এলাৰ্ট মুডত আহি যায় আৰু যুৱকজনৰ সন্ধান অভিযান আৰম্ভ কৰে (Karachi Man Tried Rape)

আৰক্ষীয়ে ক’লে যে শীঘ্ৰে যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰ অভিযান চলোৱা হ’ব। অৱশ্যে ভুক্তভোগী মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে কোনোধৰণৰ গোচৰ ৰুজু কৰা নায়।

Photo: Twitter

লগতে পঢ়কঃ Digboi Child Harassed Case: অমানুষিক! পিতৃয়ে কণমানি সন্তানৰ “আঙুলি”ত হাতুৰিৰে কোবাই কোবাই সুমুৱাই দিয়ে গজাল; এগৰাকী মহিলাৰে হোৱা অবৈধ প্ৰেমৰ পৰিণতিত জন্ম হৈছিল শিশুটি…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -