29 C
Guwahati
Monday, May 13, 2024

Dry Leaf Viral Video: আচৰিত কিন্তু সঁচা! এখিলা ‘শুকান পাতে’ সকলোকে কৰি তুলিছে Confused; কিন্তু কিয়? আহক চাওক এই Viral Video

Dry Leaf Viral Video: Viral Video টোত দেখা পোৱা গৈছে যে কেনেদৰে এখিলা শুকান পাত এটা ঠাইতে পৰি আছে। প্ৰথম দৃষ্টিত সেইটো এটা পাত যেনে লাগে, কিন্তু...

Must Read

Dry Leaf Viral Video On Social Media: ছচিয়েল মিডিয়াত ভাইৰেল হৈয়ে থাকে এটাৰ পিছত আনটো ফটো বা ভিডিঅ’।

বহুসময়ত আমি এই ভিডিঅ’বা ফটোবোৰ চাই সুখী হও বা কেতিয়াবা বিভ্ৰান্তিত পৰো। শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে (Dry Leaf Viral Video On Social Media)

এই ভিডিঅ’টোত এটা বস্তু শুকান পাতৰ দৰে দেখা গৈছে, কিন্তু যদি আপুনি ভালদৰে চাই তেন্তে এই পাতখিলাৰ সত্যতা আন কিবাহে দেখিব। আৰম্ভণিতে এই ভিডিঅ’টো চালে এনেকুৱা লাগিব যে এইটো এটা পাত, কিন্তু ইয়াৰ সত্যতা বেলেগহে।

চাওক ভিডিঅ’ (Dry Leaf Viral Video)

এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে বিভিন্নধৰণৰ মন্তব্য প্ৰদান কৰিছে। কিছুমানে কৈছে যে এনেকুৱা ভিডিঅ’ জীৱনত এতিয়ালৈ দেখা নাই।

Photo: Twitter

লগতে পঢ়কঃ 3 Questions To Modi: লোকসভাত অনাস্থা প্ৰস্তাৱক লৈ আলোচনা; গৌৰৱ গগৈয়ে “মণিপুৰ ঘটনা”ক লৈ PM নৰেন্দ্ৰ মোদীক সুধিলে ৩টাকৈ ডাঙৰ প্ৰশ্ন, পিছে মোদীয়ে উত্তৰ দিব নে?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -