33 C
Guwahati
Friday, April 26, 2024

IPL 2023 In Guwahati: ৰাজস্থান ৰয়েলছ্ Vs দিল্লী কেপিটেলছ্; কোন জিকিব-কোন হাৰিব? আজি গুৱাহাটীত অনুষ্ঠিত হ’ব IPLৰ দ্বিতীয়খন মেচ

IPL 2023 In Guwahati: ৮ এপ্ৰিল অৰ্থাৎ আজি গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ দ্বিতীয়খন মেচ। মেচখন হ'ব ৰাজস্থান ৰয়েলছ্ আৰু দিল্লী কেপিটেলছৰ মাজত। আজি বিয়লি ৩ বাজি ৩০ মিনিটত দিবানৈশ আৰম্ভ হ'ব খেলখন

Must Read

IPL 2023 In Guwahati: ৮ এপ্ৰিল অৰ্থাৎ আজি গুৱাহাটীত (Guwahati) অনুষ্ঠিত হ’ব IPLৰ দ্বিতীয়খন মেচ (IPL 2nd Match) । মেচখন অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ্ আৰু দিল্লী কেপিটেলছৰ মাজত (Rajasthan Royals Vs Delhi Capitals)।

আজি বিয়লি ৩ বাজি ৩০ মিনিটত দিবানৈশ আৰম্ভ হ’ব খেলখন। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত (Guwahati Barsapara Cricket Stadium) অনুষ্ঠিত হ’বলগীয়া এই খেলখন উপভোগ কৰিবলৈ দৰ্শকৰ বাবে প্ৰায় ১ বজাত প্ৰৱেশদ্বাৰ মুকলি কৰি দিয়া হ’ব।

IPL 2023 In Guwahati
Rajasthan Royals

দিল্লী কেপিটেলছ (Delhi Capitals) দলটো ৬ এপ্ৰিলত গুৱাহাটীত আহি উপস্থিত হৈছিল। শনিবাৰ, ৮ এপ্ৰিলত বৰ্ষাপৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে IPLৰ ৰণত নামিব দিল্লী কেপিটেলছ (Rajasthan Royals Vs Delhi Capitals)IPL ২০২৩ত দিল্লী কেপিটেলছৰ এইখন তৃতীয়খন খেল আৰু ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) দ্বিতীয়খন হ’ব।

Delhi Capitals
IPL 2023 In Guwahati

বৰ্তমানলৈকে দুয়োটা দলে এখন খেলতো জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে জয় হোৱাৰ লক্ষ্যৰে আজি ৰণত নামিব দয়োটা দল। প্ৰথমটো জয়ৰ সোৱাদ লোৱাৰ বাবে দুয়োটা দলে প্ৰচেষ্টা চলাব।

পিছে এই খেলখনত কোন জয়ী হ’ব আমাক কমেণ্ট কৰি জনাওক-

Photo: Google

লগতে পঢ়কঃ 5 Foods For Mens Fertility: পুৰুষসকলে তেওঁলোকৰ প্ৰজনন ক্ষমতা আৰু এনাৰ্জী লেভেল বৃদ্ধি কৰিবলৈ খাওক কেৱল এই ৫বিধ বস্তু, আহক জানো কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -