24 C
Guwahati
Monday, May 6, 2024

Mariani Horrific Murder Case: আৰু কি হ’বলৈ বাকী! সৰু ভায়েকে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে ডাঙৰ ভায়েকক; ভগ্নী আৰু ভনীজোঁৱায়েকক লৈ হৈছিল কাজিয়া, তাৰ পিছৰ পৰিণতি এয়া…

Mariani Horrific Murder Case: মৰিয়নী খেৰমিয়া চাহ-বাগিচাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা।

Must Read

Mariani Horrific Murder Case In Assam: মৰিয়নী খেৰমিয়া চাহ-বাগিচাত (Assam’s Mariani) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা (Horrific Murder Case)। খেৰমিয়া চাহ-বাগিচাৰ মন্দিৰ লাইনত সংঘটিত হয় এই ঘটনা (Tea Estate In Mariani)

সৰু ভায়েক কাৰ্তিক কৰ্মকাৰে দাৰে ঘপিয়াই ঘপিয়াই হত্য়া কৰিলে ডাঙৰ ভায়েক বোৱাই কৰ্মকাৰক (Elder Brother Was Killed By His Own Younger Brother)। সোণোৱাল চাহ-বাগিচাত দুয়োৰে সৰু ভগ্নীৰ বিয়া হৈছিল। কাজিয়া লাগি ৬ দিন আগতে মাকৰ ঘৰলৈ গৈছিল সৰু ভনীয়েক।

কেইদিনমান পিছত ভনীজোঁৱায়েকে ভনীয়েকক আনিবলৈ যাওঁতে ঘৰৰপৰা উভতাই পঠিয়ালে দুই ভাতৃয়ে ৷ তাৰ পিছতে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু কনিষ্ঠ ভাতৃৰ নৃশংস আক্ৰমণত মৃত্যু হয় জ্যেষ্ঠ ভাতৃৰ (Mariani Horrific Murder Case)

হত্যাকাণ্ডটোৰ পিছত শনিবাৰে পুৱা মৰিয়নী আৰক্ষীৰ (Mariani Police) এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰু হত্যাকাৰী কাৰ্তিক কৰ্মকাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাটোক লৈ তদন্ত অব্যাহত ৰাখিছে।

Photo & Input: Batori24

লগতে পঢ়কঃ IPL 2023 In Guwahati: ৰাজস্থান ৰয়েলছ্ Vs দিল্লী কেপিটেলছ্; কোন জিকিব-কোন হাৰিব? আজি গুৱাহাটীত অনুষ্ঠিত হ’ব IPLৰ দ্বিতীয়খন মেচ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -