32 C
Guwahati
Sunday, May 19, 2024

Horrific Road Accident| কৰুণ ক’ব নে, ভয়ংকৰ! একেদিনাই নিঃশেষ হ’ল এটা পৰিয়াল; ট্ৰাকৰ ভয়ংকৰ খুন্দা ছুইফ্ট ডিজায়াৰত, স্বামী-স্ত্ৰী আৰু ৪ সন্তানসহ ৬ গৰাকী লোকৰ কৰুণ মৃত্যু

Tragic Road Accident In Balrampur: উত্তৰ প্ৰদেশৰ বলৰামপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা চালকৰ টোপনি অহাৰ বাবে ছুইফ্ট ডিজায়াৰ গাড়ীয়ে ট্ৰাকক খুন্দা মাৰে। গাড়ীখনত থকা দম্পত্তিসহ ৪ সন্তানৰ কৰুণ মৃত্যু ঘটে।

Must Read

Tragic Road Accident In Balrampur: উত্তৰ প্ৰদেশৰ (Uttar Pradesh) বলৰামপুৰত (Balrampur) সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। চালকৰ টোপনি অহাৰ বাবে ছুইফ্ট ডিজায়াৰ গাড়ীয়ে ট্ৰাকক মাৰে খুন্দা (Swift Car Colided With Truck)

Tragic Road Accident
Tragic Road Accident

গাড়ীখনত যাত্ৰা কৰা দম্পত্তিসহ ৪ সন্তানৰ কৰুণ মৃত্যু ঘটে (Including Husband Wife And 4 Children Died)। একেদিনাই একেটা পৰিয়ালৰ ৬ গৰাকী লোকে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাটো শ্ৰীদত্তগঞ্জ থানা অঞ্চলৰ অন্তৰ্গত গোণ্ডা ওতৰোলা মাৰ্গস্থিত দেৱৰীয়াত সংঘটিত হয়।

উত্তৰ প্ৰদেশত (Uttar Pradesh) পুনৰ দ্ৰুতগতিত গাড়ী চলোৱা লোকৰ সন্ত্ৰাস দেখিবলৈ পোৱা গ’ল।
বলৰামপুৰত (Balrampur) এটা ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় (Tragic Road Accident)। জানিবলৈ দিয়া অনুসৰি গাড়ীখনত এটা পৰিয়ালৰে ৬ গৰাকী লোক আছিল (Including Husband Wife And 4 Children Died) আৰু আটাইকেইগৰাকীৰে একেলগে কৰুণ মৃত্যু ঘটে। এই পথ দুৰ্ঘটনাটো শ্ৰীদত্তগঞ্জ থানা এলেকাৰ বজাজ ছুগাৰ মিলত সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায় বাহনখন।

Photo: Google

লগতে পঢ়কঃ Mariani Horrific Murder Case: আৰু কি হ’বলৈ বাকী! সৰু ভায়েকে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে ডাঙৰ ভায়েকক; ভগ্নী আৰু ভনীজোঁৱায়েকক লৈ হৈছিল কাজিয়া, তাৰ পিছৰ পৰিণতি এয়া…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -