36 C
Guwahati
Friday, May 17, 2024

Mantra Jaap Benefits: প্ৰতিদিনে কৰক এই ৬টা মন্ত্ৰৰ জপ; জীৱনলৈ আহিব সুখৰ বন্যা, আঁতৰিব ৰোগ, শোক, সংকট…পিছে জানি লওক মন্ত্ৰ কেইটা কি কি?

Mantra Jaap Benefits: জীৱনত ইতিবাচক শক্তি বজাই ৰাখিবলৈ সময়ত শুৱা আৰু সয়মত উঠাটো প্ৰয়োজন হয়। লগতে কিছুমান মন্ত্ৰও গুৰুত্বপূৰ্ণ। আজি আমি আপোনালোকক ৫টা মন্ত্ৰৰ বিষয়ে ক'বলৈ গৈ আছোঁ। যিকেইটা জপ কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি আহিব পাৰে।

Must Read

Mantra Jaap Benefits: প্ৰতিগৰাকী লোকে তেওঁলোকৰ দিনটো ভালদৰে আৰম্ভ কৰিব বিচাৰে। শাস্ত্ৰই কয় যে পুৱাৰ আৰম্ভণি যিমান ইতিবাচক হ’ব (5 Mantras Daily Happiness Will Come In Life)। আপোনাৰ দিনটো সিমানেই ভালদৰে যাব।

জীৱনত ইতিবাচক শক্তি বজাই ৰাখিবলৈ সময়মতে শুৱা আৰু সময়মতে উঠাটো যথেষ্ট গুৰুত্বপূৰ্ণ। লগতে, কিছুমান মন্ত্ৰও গুৰুত্বপূৰ্ণ। আজি আমি আপোনালোকক ৫টা মন্ত্ৰৰ বিষয়ে ক’বলৈ গৈ আছোঁ (Mantra Jaap Benefits)। যিকেইটা জপ কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি আহিব পাৰে।

প্ৰথমটো মন্ত্ৰ

জ্যোতিষ শাস্ত্ৰ অনুসৰি জাতক-জাতিকাই ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে প্ৰথমে নিজৰ হাতৰ তলুৱা চাব লাগে।
দুয়োখন হাতৰ তলুৱা মিলাই মন্ত্ৰ জপ কৰিব লাগে। বিশ্বাস কৰা হয় যে এই মন্ত্ৰ জপ কৰিলে সুখ আৰু সমৃদ্ধিৰ কোনো অভাৱ নহয়।

कराग्रे वसते लक्ष्मी: कर्मधे सरस्वती।

करमुले तू गोविंदा: प्रभाते करदर्शनम।।

দ্বিতীয়টো মন্ত্ৰ

গা ধুই থাকোতেও মন্ত্ৰৰ জপ কৰক। এই মন্ত্ৰৰ দ্বাৰা আমি পৱিত্ৰ নদীৰ স্মৰণ কৰো।

गंगे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिंधु कावेरि जलेऽस्मिन् सन्निधिं कुरु।।

অৰ্থাৎ গংগা, যমুনা, গোদাবৰী, সৰস্বতী, নৰ্মদা, সিন্ধু, কাবেৰী নদী! মই স্নান কৰাৰ এই পানীত আপোনালোক সকলো আহক।

তৃতীয়টো মন্ত্ৰ

প্ৰতিদিন পুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰক। জল অৰ্পণ কৰাৰ সময়ত জাপ কৰক এই মন্ত্ৰ-

ऊँ सूर्याय नमः

চতুৰ্থটো মন্ত্ৰ

আমাৰ জ্যেষ্ঠসকলে সদায় আমাক খাদ্যক সন্মান কৰিবলৈ পৰামৰ্শ দিয়ে। কোৱা হয় যে খাদ্যক অসন্মান কৰাটো দেৱতাসকলক অপমান কৰাৰ সমান। সেয়েহে যেতিয়াই আপুনি আহাৰ গ্ৰহণ কৰে তেতিয়া তেওঁলোকৰ সন্মানত এই মন্ত্ৰটো জপ কৰক।

ऊँ सह नावतु। नऊ भुंकटु सह।।

कम वीर्य होत आहे। तेजस्विनावधिमस्तु हे माझे ज्ञान। ओम शांति।।

পঞ্চমটো মন্ত্ৰ

ৰাতি টোপনি যোৱাৰ আগতে টোপনিমন্ত্ৰ জপ কৰা উচিত। ভগৱান বিষ্ণুৱে এই মন্ত্ৰেৰে আমাক সুৰক্ষা দিয়ে।

जले रक्षतु वराह: स्थले रक्षतु वामनः।

अतव्य नरसिंहश्च सर्वता पातु केशव।।

লগতে ১০৮ বাৰ ভগৱান ‘ৰাম’ৰ নাম জপ কৰিলে বহুকেইটা সমস্যা সমাধান হ’ব (Mantra Jaap Benefits)-

যিসকল লোক বেমাৰত ভুগি আছে তেওঁলোকে যদি মনতে নিতৌ ৰাম নাম জপ কৰে, তেন্তে কেইদিনমানৰ পিছত আপুনি ইয়াৰ পৰা মুক্ত হ’ব।

আচলতে ৰাম বুলি ক’লে প্ৰথম ‘ৰা’ আখৰটো উচ্চাৰণ কৰা হয়, য’ত আপুনি গোটেই মুখখন মেলি দিয়ে, যাতে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তি শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু যেতিয়া আপুনি ‘ম’ আখৰটো উচ্চাৰণ কৰে তেতিয়া আপোনাৰ মুখখন বন্ধ হৈ যায়।

এনে পৰিস্থিতিত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ভাল শক্তি আপোনাৰ শৰীৰত বিয়পি পৰে। আনহাতে ৰাম দৰবাৰক স্মৰণ কৰি ৰাতিপুৱা গধূলি যদি ১০৮ বাৰ জপ কৰা হয়, তেন্তে জীৱনৰ সকলো বিপদ নোহোৱা হৈ যায়।

এই জপ কৰি থাকোঁতে ‘ৰা’ বুলি কৈ উশাহ সম্পূৰ্ণকৈ টানিব আৰু ‘ম’ বুলি কৈ উশাহ এৰি দিব। ইয়াৰ ফলত আপোনাৰ শৰীৰ সুস্থ হৈ থাকে। এয়া এক প্ৰকাৰৰ যোগ ভংগীমা।

যদি নিয়মিতভাৱে ১০৮ বাৰ জপ কৰা হয়, তেন্তে ৰক্তচাপ, উদ্বিগ্নতাৰ সমস্যাৰ পৰা সকাহ পাব পাৰি। ৩ মাহৰ পিছত বি পি নিয়ন্ত্ৰণলৈ আহিব আৰু উদ্বেগও আৰোগ্য হ’ব পাৰে।

Photo: Google

লগতে পঢ়কঃ 5 Killed In Road Accident: দ্ৰুতগতি স্বৰ্গগতি! এক ভয়ংকৰ পথ দুৰ্ঘটনাই শেষ কৰি পেলালে এটা পৰিয়াল; দ্ৰুতবেগত থকাৰ বাবে ফাটি যায় টায়াৰ, তাৰ ফলত একেলগে প্ৰাণ হেৰুৱালে স্বামী-স্ত্ৰীসহ ৩ সন্তানে…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -