37 C
Guwahati
Friday, May 17, 2024

How To Fix Tv Remote At Home: ঠেকেছী-কোবায়ো চলা নাই নেকি টিভিৰ ৰিম’ট; বেটেৰী সলনি কৰিও নহ’ল নেকি কোনো লাভ, তেন্তে Try কৰক এটা সৰু টিপছ…

How To Fix Tv Remote At Home Without Spending Money: ঘৰত বহুবাৰ টিভি বা ACৰ ৰিম'টে কাম কৰা বন্ধ কৰি দিয়ে। এইটোৱে নিশ্চিতভাৱে আপোনাক অশান্তি দিয়ে। এনে পৰিস্থিতিতআমি প্ৰথমে ৰিম'টটো লাহেকৈ ঠেকেছী-কোবাই চাও। আৰু কেতিয়াবা এনেকুৱা কৰিলে ৰিম'টটো ঠিকো হৈ যায়।

Must Read

How To Fix Tv Remote At Home Without Spending Money: যদি ঠেকেছী-কোবোৱাৰ পিছত ঠিকো নহয় তেতিয়া আমাৰ পৰৱৰ্তী পদক্ষেপ হয় এইটো যে আমি বেটাৰী সলনি কৰি দিও।

How To Fix Tv Remote
How To Fix Tv Remote At Home Without Spending Money

 

প্ৰায়ভাগ ৰিম’ট বেটাৰী সলনি কৰাৰ পিছত কাম কৰা আৰম্ভ কৰে (How To Fix Tv Remote At Home Without Spending Money)। কিন্তু বেটাৰী সলনি কৰাৰ পিছতো যদি ৰিম’ট ভাল নহয় তেতিয়া কি কৰিব।

How To Fix Tv Remote
How To Fix Tv Remote At Home Without Spending Money

তেতিয়া হয়তো আপুনি ৰিম’টটো মেকানিকৰ ওচৰলৈ লৈ যাব (How To Fix Tv Remote At Home Without Spending Money)। কিন্তু মেকানিকৰ ওচৰলৈ যোৱাৰ আগতে এটা ঘৰুৱা উপায় চেষ্টা কৰি চাওক।

 

How To Fix Tv Remote
How To Fix Tv Remote At Home Without Spending Money

এই টিপছৰ জৰিয়তে আপোনাৰ ৰিম’টটো কাম কৰিব ধৰিব আৰু অপ্ৰয়োজনীয়ভাৱে আপোনাৰ টকা খৰচো নহ’ব।

How To Fix Tv Remote
How To Fix Tv Remote

য’ত বেটাৰী লগোৱা হয় সেই ঠাইখিনি চাফা কাপোৰেৰে চাফা কৰক। কেতিয়াবা কেতিয়াবা তাত লেতেৰা জমা হোৱা কাৰণেও ৰিম’টে কাম নকৰা হয়।

How To Fix Tv Remote
How To Fix Tv Remote At Home Without Spending Money

ইয়াৰোপৰি যদি আপোনাৰ ৰিম’টৰ স্প্ৰিঙত মামৰ লাগি আছে তেন্তে সেই মামৰো চাফা কৰক। এইটো খুব সম্ভৱ যে এতিয়া আপোনাৰ ৰিম’টে কাম কৰা আৰম্ভ কৰিব।

How To Fix Tv Remote
How To Fix Tv Remote

Photo: Google

লগতে পঢ়কঃ 7 Vehicles Collision: ভয়ংকৰ পথ দুৰ্ঘটনা! এখন, দুখন নহয় ৭খন গাড়ীৰ মাজত প্ৰচণ্ড খুন্দা; সৌভাগ্যক্ৰমে নিহত হোৱা নাই যদিও আহত ৪, সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ গাড়ীকেইখন, Watch Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -