30 C
Guwahati
Tuesday, May 14, 2024

Nigeria Boat Accident: বিয়াৰ আনন্দত মৃত্যুৰ কিৰিলি! ৩০০জন লোকেৰে ভৰ্তি নাও ডুবিল নদীৰ মাজত; কোনেও নুশুনিলে তেওঁলোকৰ চিঞৰ-বাখৰ…১০৩জনৰ কৰুণ মৃত্যু

Nigeria Boat Accident 103Died: নাইজেৰিয়াত বিয়াৰ অতিথিসকলক লৈ যোৱা নাও ডুবিল। এই দুৰ্ঘটনাত ১০৩জন লোকৰ কৰুণ মৃত্যু ঘটে আৰু কেইবাগৰাকীও সন্ধানহীন। বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি ১০০ গৰাকীতকৈও অধিক লোকক প্ৰাণ ৰক্ষা কৰিছে। নাওখনে বিয়াৰ পৰা অতিথিসকলক লৈ ক্বাৰা ৰাজ্যলৈ গৈ আছিল। বৰষুণ আৰু অত্যাধিক লোকৰ বাবে নাওখন অভাৰলোডিং হৈছিল।

Must Read

Nigeria Boat Accident 103 Died: মঙলবাৰে নাইজেৰিয়াত (Nigeria) এক ভয়ংকৰ দুৰ্ঘটনা (Horrific Boat Accident) সংঘটিত হৈছিল।

আৰক্ষী আৰু স্থানীয় বিষয়াসকলে জনোৱা অনুসৰি এখন বিয়াৰ পৰা উভতি অহা ৩০০ জন লোকক কঢ়িয়াই অনা এখন নাও উত্তৰ-মধ্য নাইজেৰিয়াৰ এখন নদীত ডুবি যায় (Boat Accident)

Nigeria Boat Accident

কোৱা হয় যে এই ঘটনাটোত ১০০জনতকৈও অধিক লোক ডুব যায় আৰু কেইবাগৰাকীও সন্ধানহীন হৈ আছিল (Nigeria Boat Accident Boat Carrying 300 Wedding Guests Capsizes In Nigeria Over 103 Dead)।

Nigeria Boat Accident

AFPৰ ৰিপৰ্ট অনুসৰি, বিয়াখন নাইজৰ ৰাজ্য়ত অনুষ্ঠিত হৈছিল (Nigeria Boat Accident)। নাওখনে বিয়াৰ পৰা অতিথিসকলক লৈ ক্বাৰা ৰাজ্যলৈ (Kwara State) গৈ আছিল। বৰষুণ আৰু অত্যাধিক লোকৰ বাবে নাওখন অভাৰলোডিং হৈছিল।

বিগত মাহতো এখন নাও উত্তৰ-পশ্চিম চকোটো ৰাজ্যত বাগৰি পৰিছিল। এই দুৰ্ঘটনাত ১৫টা শিশু ডুবিছিল আৰু ২৫টা শিশু সন্ধানহীন হৈছিল।

Photo: Google

লগতে পঢ়কঃ Barpeta Tragic: ধুমুহা-বৃষ্টিৰ প্ৰকোপ! ঘৰৰ ওপৰত উভালি পৰে প্ৰকাণ্ড গছ; কৰুণ মৃত্যু স্বামীৰ, কথমপি প্ৰাণৰক্ষা পত্নীৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -