34 C
Guwahati
Sunday, April 28, 2024

Bray Wyatt Death: এটা বেয়া খবৰ! প্ৰাক্তন WWE চেম্পিয়ন ব্ৰে ৱায়টৰ “আকস্মিক মৃত্যু”; মাত্ৰ ৩৬ বছৰ বয়সতে মাগিলে চিৰবিদায়, শোকত ডুবিল ক্ৰীড়া জগত, কিন্তু কেনেকৈ হ’ল মৃত্যু?

Bray Wyatt Death At Age Of 36: এবাৰ WWE চেম্পিয়নশ্বিপ আৰু দুবাৰ ইউনিভাৰ্চেল চেম্পিয়নশ্বিপ জয় কৰা ব্ৰে ৱায়টে ৩৬ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে। এই দুখৰ খবৰটোৰ বিষয়ে জনাই Chief Content Officer ট্ৰিপল এইছে দিলে

Must Read

Bray Wyatt Death At Aage Of 36: কম সময়ৰ ভিতৰতে WWE কুস্তি জগতত প্ৰভাৱ পেলোৱা ব্ৰে ৱায়ট তথা দ্য ফীণ্ড নামেৰে ৰেছলিং কৰা ৱিণ্ডহাম ৰোটুণ্ডাৰ মাত্ৰ ৩৬ বছৰ বয়সত মৃত্যু হয় (Wrestled As Bray Wyatt And The Fiend In WWE)।

তেওঁ দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত ভুগি আছিল। তেওঁ এই বিষয়ে কাকো অৱগত কৰা নাছিল, কিন্তু হঠাতে ৰিঙৰ পৰা তেওঁৰ দূৰত্বই নিশ্চিতভাৱে অনুৰাগীসকলৰ মনত সন্দেহৰ সৃষ্টি কৰিছিল।

Bray Wyatt Death Bray Wyatt Death Bray Wyatt Death Bray Wyatt Death Bray Wyatt Death Bray Wyatt Death

ইয়াৰ পিছত তেওঁৰ মৃত্যুৰ বাতৰি পোহৰলৈ আহে যিটো Chief Content Officer ট্ৰিপল এইছে জনালে (Chief Content Officer Of The Company Paul “Triple H” Levesque Announced On Social Media)

ট্ৰিপল এইছে টুইট কৰি সকলোকে এই কথা জানিবলৈ দিয়ে যে WWE হল অফ ফেমৰ মাইক ৰোটুণ্ডাই মোক এই দুখৰ খবৰটো দিয়ে যে আমাৰ WWE পৰিয়ালৰ আজীৱন সদস্য ৱিণ্ডহাম ৰোটুণ্ডাৰ হঠাৎ মৃত্যু হয় (Bray Wyatt Death Died)

আমি এই দুখৰ সময়ত তেওঁৰ পৰিয়ালৰ সৈতে আছো আৰু সকলোকে এইটো অনুৰোধ কৰা হৈছে যে আমি এনে পৰিস্থিতিত তেওঁলোকৰ গোপনীয়তাক সন্মান কৰোঁ।

WWEৰ প্ৰাক্তন হেবীৱেট চেম্পিয়ন ব্ৰে ৱায়টৰ এনেদৰে মৃত্যু হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। ব্ৰে ৱায়ট WWEৰ ভয়ংকৰ যুঁজাৰু ভিতৰত এজন আছিল। তেওঁৰ জন্ম আমেৰিকাৰ ফ্লৰিডা চহৰত হৈছিল (Bray Wyatt Death Died)

মিডিয়া ৰিপৰ্টছ অনুসৰি ব্ৰে ৱায়টৰ হাৰ্ট এটেক আহি আকস্মিক মৃত্যু ঘটে (Former WWE Champion Bray Wyatt Dies At 36 From Heart Attack)। তেওঁ এইটো বছৰৰ আৰম্ভণিতে ক’ভিড ১৯ৰ চিকাৰো হৈছিল। যাৰ ফলত তেওঁৰ হৃদৰোগ অলপ বেছিকৈ বাঢ়ি গৈছিল।

যাৰ ফলত হঠাৎ হাৰ্ট এটেক আহি তেওঁৰ মৃত্যু ঘটে। ২০০৯ত তেওঁ প্ৰথমবাৰ ফ্লৰিডা চেম্পিয়নশ্বিপ ৰেছলিঙত ডেবিউ কৰিছিল। ২০০৯ৰ এপ্ৰিলত তেওঁক প্ৰথমবাৰ টিভিত দেখা পোৱা গৈছিল।

Photo: Google

লগতে পঢ়কঃ Dhemaji Bomb Blast Verdict: এটা বিকট শব্দ, তাৰ পিছত ছিন্ন-বিচ্ছিন্ন দেহ! ২০০৪ৰ ধেমাজি বিস্ফোৰণ ৰহস্য হৈয়ে থাকি গ’ল; ন্যায় নাপালে বিস্ফোৰণত প্ৰাণ হেৰুওৱা ১৮ গৰাকী কণমানি শিশু-মহিলাই, কাৰণ প্ৰমাণৰ অভাৱত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -