28 C
Guwahati
Saturday, April 27, 2024

Pakistan Bomb Blast: এটা “ডাঙৰ” শব্দ; তাৰ পিছত চাৰিওফালে কেৱল মৃতদেহৰ টুকুৰা, সভাৰ মাজতে হঠাৎ ভয়ংকৰ “বোমা বিস্ফোৰণ”, ৫০জনৰ অকাল মৃত্যু, বিস্ফোৰণৰ ভয়ংকৰ Videos ভাইৰেল

Pakistan Bomb Blast 50 Killed: দেওবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত (Khyber Pakhtunkhwa) ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ হয়

Must Read

Pakistan Bomb Blast 50 Killed: দেওবাৰে পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত (Khyber Pakhtunkhwa) ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ (Suicide Attack) হয়।

এই বিস্ফোৰণত ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱায় (50 People Killed) আৰু ২০০তকৈও অধিক লোক গুৰুতৰভাবে আহত হয় (Several Critically Injured)

এই বিস্ফোৰণ ইছলামী ৰাজনৈতিক দল জমিয়ত-উলেমা-এ-ইছলাম-ফজল (JUI-F)ৰ সন্মিলন হয়। ছচিয়েল মিডিয়াত বোমা বিস্ফোৰণৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰিছে (Pakistan Bomb Blast Video Viral On Social Media)

এই বিস্ফোৰণৰ আঁৰত উগ্ৰপন্থী জড়িত বুলি অভিযোগ উত্থাপন হৈছে। বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীয়ে (Foreign Affairs Minister Bilawal Bhutto Zardari) এই ঘটনাক গৰিহণা দিছে।

বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত কৰি প্ৰাদেশিক স্বাস্থ্য মন্ত্ৰী ৰিয়াজ আনোৱাৰে কয় যে, চিকিৎসালয়খনত ৫০টা মৃতদেহ আছে। ইয়াৰ উপৰিও ১৫০ জন লোক আহত হয়। ইয়াৰে ১৭জনৰ অৱস্থা সংকটজনক।”

ভিডিঅ’ত দেখা পোৱা গৈছে যে জমিয়ত-উলেমা-এ-ইছলাম-ফজলৰ নেতাই অনুষ্ঠান সম্বোধন কৰি আছিল আৰু তাত উপস্থিত লোকসকলে জিন্দাবাদ ধ্বনি দি আছিল। সেই সময়তে এক ভয়ংকৰ বিস্ফোৰণ (Horrific Suicide Attack) হয়। বিস্ফোৰণৰ পিছতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হয় (Pakistan Bomb Blast)

পাকিস্তানত আত্মঘাতী বিস্ফোৰণ

পাকিস্তানী মিডিয়া অনুসৰি, বিস্ফোৰণৰ সময়ত ৫০০ গৰাকীতকৈও অধিক লোক সভাস্থলীত আছিল।

Pakistan Bomb Blast

আৰক্ষী ডিআইজি নাছিৰ মেহমুদ সত্তীয়ে ক’লে যে প্ৰাথমিক তদন্তত জানিবলৈ পোৱা গ’ল যে এয়া আত্মঘাতী বিস্ফোৰণ আছিল। বিস্ফোৰণৰ প্ৰকৃত কাৰণ তদন্ত চলি আছে (Pakistan Bomb Blast)

ভিডিঅ’ত দেখা পোৱা গৈছে জমিয়ত-উলেমা-এ-ইছলাম-ফজলৰ (Jamiat Ulema-e-Islam) নেতা অনুষ্ঠান সম্বোধন কৰি আছিল আৰু তাত উপস্থিত লোকে জিন্দাবাদ ধ্বনি দি আছিল। তেতিয়াই শুনা গ’ল এক ডাঙৰ শব্দ। তাৰ পিছতে চাৰিওফালে মৃতদেহৰ টুকুৰা।

জমিয়ত উলেমা ইছলাম-ফজল (JUI-F)ৰ বৈঠকৰ আয়োজকক লক্ষ্য কৰি এই বিস্ফোৰণৰ অভিযোগ উত্থাপন হৈছে। JUI-Fৰ মুৰব্বী মৌলানা ফজলুৰ ৰেহমানে বিস্ফোৰণৰ আঁৰত উগ্ৰপন্থীৰ হাত আছে বুলি মন্তব্য কৰি তদন্তৰ দাবী জনায় (Pakistan Bomb Blast)

Photo & Video: Twitter

লগতে পঢ়কঃ Chanakya Niti For Money: যেতিয়া আপোনাৰ হাতলৈ ‘টকা’ আহে তেতিয়া ভুলতেও এই ১০টা কাম নকৰিব! পিছে জানি লওক কি কি কাম?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -