26 C
Guwahati
Tuesday, May 7, 2024

Drunk Man Falls Into Well: “মদ”ৰ নিচাত কুঁৱাত পৰিল এজন লোক; প্ৰায় ৪ ঘণ্টা ধৰি কুঁৱাটোৰ ভিতৰতে থাকিল লোকজন, গুৱাহাটীত শ্বাসৰুদ্ধকৰ ঘটনাৰ চাওক Video

Drunk Man Falls Into Well: গুৱাহাটীৰ নয়নপুৰত (Guwahati Nayanpur) সংঘটিত হৈছে এক শ্বাসৰুদ্ধকৰ ঘটনা

Must Read

Drunk Man Falls Into Well: গুৱাহাটীৰ নয়নপুৰত (Guwahati Nayanpur) সংঘটিত হৈছে এক শ্বাসৰুদ্ধকৰ ঘটনা (Drunk Man Falls Into Well In Guwahati)।

সুৰাৰ ৰাগীত কুঁৱাত পৰিল এজন লোক। সুৰাপান কৰি ঘৰৰ সমীপৰ কুঁৱাত পৰি থাকিল লোকজন (Drunk Man Falls Into Well In Guwahati)

বুধবাৰে নিশা গুৱাহাটীৰ নয়নপুৰৰ ২নং বাইলেনত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। লগে লগে ঘটনাস্থলীত SDRF আৰু আৰক্ষীৰ দল উপস্থিত হৈ লোকজনক উদ্ধাৰৰ বাবে অভিযান চলায় (A Middle Aged Man Who Fell Into A Deep Well In A Drunk State Was Saved By The SDRF And Police)

বহু সময় ধৰি চেষ্টা চলোৱাৰ অন্তত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰিন্তু বৰুৱা নামৰ লোকজনক (Man Identified As Rintu Baruah)। প্ৰায় ৪ ঘণ্টা ধৰি কুঁৱাটোতে আবদ্ধ হৈ থাকে লোকজন। এই ঘটনাটোৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় (Drunk Man Falls Into Well)

Photo & Input: Batori24

লগতে পঢ়কঃ Karnataka HC Ruled On Rape: “মৃতদেহক মানুহ বুলি ক’ব নোৱাৰে”- মৃতদেহৰ সৈতে যৌন সম্পৰ্ক (Sexual Assault) গঢ়াটো ভাৰতীয় আইন মতে ধৰ্ষণ নহয়ঃ কৰ্ণাটক উচ্চ ন্যায়ালয়

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -