Drunk Man Falls Into Well: গুৱাহাটীৰ নয়নপুৰত (Guwahati Nayanpur) সংঘটিত হৈছে এক শ্বাসৰুদ্ধকৰ ঘটনা (Drunk Man Falls Into Well In Guwahati)।
সুৰাৰ ৰাগীত কুঁৱাত পৰিল এজন লোক। সুৰাপান কৰি ঘৰৰ সমীপৰ কুঁৱাত পৰি থাকিল লোকজন (Drunk Man Falls Into Well In Guwahati)।
বুধবাৰে নিশা গুৱাহাটীৰ নয়নপুৰৰ ২নং বাইলেনত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। লগে লগে ঘটনাস্থলীত SDRF আৰু আৰক্ষীৰ দল উপস্থিত হৈ লোকজনক উদ্ধাৰৰ বাবে অভিযান চলায় (A Middle Aged Man Who Fell Into A Deep Well In A Drunk State Was Saved By The SDRF And Police)।
বহু সময় ধৰি চেষ্টা চলোৱাৰ অন্তত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰিন্তু বৰুৱা নামৰ লোকজনক (Man Identified As Rintu Baruah)। প্ৰায় ৪ ঘণ্টা ধৰি কুঁৱাটোতে আবদ্ধ হৈ থাকে লোকজন। এই ঘটনাটোৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় (Drunk Man Falls Into Well)।
Photo & Input: Batori24