29 C
Guwahati
Monday, May 13, 2024

Hyderabad Boy Tragic Died: মৃত্যুদূত হৈ আহিল Pizza! মাজনিশা প্ৰেমিকাৰ বাবে “পিজ্জা” লৈ ঘৰৰ চাদ পালে প্ৰেমিক; হঠাৎ আহি গ’ল প্ৰেমিকাৰ পিতৃ, ভয়ত লুকাবলৈ লওতে বাগৰি পৰিল, প্ৰেমিকৰ মৃত্যু…

Hyderabad Boy Tragic Died: যুৱকজন চাদৰ পৰা প্ৰায় ৩ বজাত বাগৰি পৰে। যাৰ পছত তাক ওস্মানিয়া হাস্পতাল লৈ যোৱা হ'ল। কিন্তু পুৱা প্ৰায় ৫.৩০ বজাত মৃত ঘোষণা কৰে।

Must Read

Hyderabad Boy Tragic Died After Falling From Terrace: হায়দৰাবাদৰ বোৰাবন্দা (Hyderabad’s Borabanda Area) এলেকাত সংঘটিত হৈছে এক কৰুণ ঘটনা। প্ৰেমিকাৰ বাবে পিজ্জা লৈ যোৱাই যেন হৈ পৰিল কাল!

হায়দৰাবাদৰ বোৰাবন্দাত এজন যুৱকৰ সেই সময়ত কৰুণ মৃত্যুক (Hyderabad Boy Tragic Died) সাৱটি লয় যেতিয়া যুৱকজনে প্ৰেমিকাৰ বাবে পিজ্জা (Pizza) লৈ তাইৰ ঘৰলৈ গৈছিল।

প্ৰেমিক প্ৰেমিকাৰ পিতৃৰ ভয়ত লুকাবলৈ লওতে চাদৰ পৰা বাগৰি পৰে (20 Year Old Hyderabad Man Dies While Hiding From His Girlfriend’s Father)

যাৰ ফলত যুৱকজন গুৰুতৰভাবে আহত হয় আৰু কৰুণ মৃত্যুক সাৱটি লয়।

Hyderabad Boy Tragic Died
মৃত যুৱকজন

আৰক্ষীয়ে জনোৱা অনুসৰি, মাজনিশা ২০ বছৰীয়া প্ৰেমিক শ্বোয়েবে (20 Year Old Shoaib) ডেটৰ বাবে পিজ্জা লৈ নিজৰ প্ৰেমিকাৰ ঘৰৰ চাদত গৈছিল, তেতিয়াই যুৱকজনে প্ৰেমিকাৰ পিতৃক চিৰিৰে খোজকাঢ়ি অহা শুনিলে।

তাৰ পিছত ধৰা পৰাৰ ভয়ে যেন কাল অমানিশা মাতি আনিলে যুৱকজনলৈ। প্ৰেমিক যুৱকজনে ভয়তে চাদৰ কাষলৈ পলালে আৰু কিছুমান ওলমি থকা তাঁৰৰ সহায় লোৱাৰ চেষ্টাত তলত বাগৰি পৰে (Support From Some Dangling Wires Fell Off The Building)

আৰক্ষীয়ে কোৱা অনুসৰি বিল্ডিংটোৰ চতুৰ্থ মহলাৰ পৰা বাগৰি পৰাৰ ফলত যুৱকজনে মূৰত যথেষ্ট আঘাত পাইছিল আৰু যাৰ ফলত তাৰ মৃত্যু ঘটে (Hyderabad Boy Tragic Died)

মৃত যুৱকজনৰ পৰিয়ালে প্ৰশ্ন উত্থাপন কৰিছে যে, কিয় এই ঘটনাৰ বিষয়ে জনোৱাত পলম কৰিলে। এই ঘটনাত প্ৰেমিকা আৰু পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। অৱশ্যে প্ৰেমিকাৰ পৰিয়ালে দাবী কৰিছে যে সেইটো এটা দুৰ্ঘটনাহে আছিল (Osmania Hospital)

মৃত যুৱকজন বেকাৰীৰ ফেক্টৰীত কাম কৰিছিল (Hyderabad Boy Tragic Died)

Photo: Google

লগতে পঢ়কঃ Rahul Gandhi Flying Kiss: “ফ্লায়িং কিছ”ৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে; মহিলা বিজেপি সাংসদৰ এই অভিযোগ যে- ‘সংসদত বিজেপি সাংসদসকলক Flying Kiss দিয়ে ৰাহুলে’, ৰাহুলৰ এই আচৰণ “অভদ্ৰ” বুলি কয় স্মৃতি ইৰাণীয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -