38.4 C
Guwahati
Wednesday, May 15, 2024

Andhra Pradesh Viral: সকলো সম্ভৱ! “মদ” খাই আহি স্বামীয়ে বিচাৰিছিল চুমা; খঙতে পত্নীয়ে কামুৰি চিঙি পেলালে স্বামীৰ জিভা

Andhra Pradesh Viral: অন্ধ্ৰপ্ৰদেশৰ কৰ্ণুল জিলাৰ (Andhra Pradesh Kurnool) জোন্নাগিৰি থানা এলেকাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

Must Read

Andhra Pradesh Viral Woman Bites Husbands Tongue: অন্ধ্ৰপ্ৰদেশৰ কৰ্ণুল জিলাৰ (Andhra Pradesh Kurnool) জোন্নাগিৰি থানা এলেকাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Horrific Incident)।

Andhra Pradesh Viral

মদ খাই আহি ঘৰত প্ৰৱেশ কৰিছিল স্বামীয়ে। স্বামীৰ মদ খোৱা অভ্যাস দেখি খঙত জ্বলি আছিল পত্নী। তাৰ পিছত মদৰ নিচাত পত্নীৰ প্ৰতি মৰম জাগি উঠিছিল স্বামীৰ (Drunk Husband Trying To Kiss, Wife Bites Husbands Tongue)

Andhra Pradesh Viral

এই মৰমতে পত্নীক চুমা খাবলৈ বিচাৰিলে স্বামীয়ে। কিন্তু মদাহী স্বামীক চুমা খোৱাত বাধা দিলে পত্নীয়ে। কিন্তু স্বামীয়ে নামালিলে পত্নীৰ বাধা। তেতিয়াই ঘটিল এই অঘটনটো (Andhra Pradesh Viral Case)

জোৰকৈ চুমা খোৱাৰ বাবে পত্নীয়ে স্বামীৰ জিভাৰ এটা অংশ দাঁতেৰে কামুৰি পেলালে চিঙি। চিকিৎসালয়ত চিকিৎসাধীন লোকজনে এই কথা নিজে স্বীকাৰ কৰিছে আৰক্ষীৰ সন্মুখত (Andhra Pradesh Viral Woman Bites Husbands Tongue)

ইয়াৰ পিছতে তদন্তকাৰীয়ে পত্নীক জেৰা অব্যাহত ৰাখিছে।

প্ৰাথমিক তদন্তৰ অন্তত জোন্নাগিৰি থানাৰ (Jonnagiri Police) আৰক্ষী বিষয়াজনে সংবাদ মাধ্যমৰ আগত কয় যে আহত যুৱকজনৰ নাম চন্দু নাইক। অস্বাভাৱিক অৱস্থাত পত্নী পুষ্পৱতীক চুমা খাবলৈ যোৱাৰ বাবে পত্নীয়ে মান্তি নহ’ল।

আৰক্ষীয়ে জনোৱা মতে, পত্নীয়ে স্বামীক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখি ওচৰ-চুবুৰীয়াক ফোন কৰে। ইয়াৰ পিছতে চুবুৰীয়াৰ সৈতে আহত স্বামীকো চিকিৎসালয়লৈ লৈ যায়। স্থানীয় লোকে জনোৱা মতে, মদৰ আসক্তিৰ বাবে পত্নীক না না অসুবিধা দি আহিল চন্দুৱে (Husband Critically Injured)

ইতিমধ্যে জিভাৰ অস্ত্ৰোপচাৰ কৰি চন্দুক ঘৰলৈ যাবলৈ দিছে চিকিৎসকে।

Photo: Google

লগতে পঢ়কঃ Youth Dies At Pepsis Company: ভুল কাৰ? কাম কৰি থাকোতে ৩৫ কুইণ্টলৰ বস্তা গাত বাগৰি পৰি মৃত্যু এটি নাবালক শ্ৰমিকৰ; তাৰ পিছতে হুৱা-দুৱা…ইফালে আন শ্ৰমিকৰ অভিযোগ ৮ বজাৰ ঘটনা ১০ বজাতহে আহিছে পোহৰলৈ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -