29 C
Guwahati
Monday, April 29, 2024

Youth Dies At Pepsis Company: ভুল কাৰ? কাম কৰি থাকোতে ৩৫ কুইণ্টলৰ বস্তা গাত বাগৰি পৰি মৃত্যু এটি নাবালক শ্ৰমিকৰ; তাৰ পিছতে হুৱা-দুৱা…ইফালে আন শ্ৰমিকৰ অভিযোগ ৮ বজাৰ ঘটনা ১০ বজাতহে আহিছে পোহৰলৈ

Youth Dies At Pepsis Company In Guwahati: কৰ্মৰত অৱস্থাতে এটি নাবালক শ্ৰমিকৰ মৃত্যু। মৃত নাবালকটিৰ নাম প্ৰনৱজ্যেতি হাজৰিকা (১৩)

Must Read

Youth Dies At Pepsis Company In Guwahati: কৰ্মৰত অৱস্থাতে এটি নাবালক শ্ৰমিকৰ মৃত্যু (Tragic Incident)। মৃত নাবালকটিৰ নাম প্ৰনৱজ্যেতি হাজৰিকা (১৩)।

গুৱাহাটীৰ আজাৰাস্থিত (Guwahati Azara) পেপছী’ কোম্পানীৰ ষ্টোৰ ৰুমত কেইবা কুইণ্টল ওজনৰ বেগ নাবালক শ্ৰমিকজনৰ গাত বাগৰি পৰাত থিতাতে মৃত্যু ঘটে (Deceased Worker Has Been Identified As Pranabjyoti Hazarika)

কিন্তু প্ৰায় ৮ বজাতে ঘটা এই ঘটনাটো কোম্পানীটোৰ কৰ্তৃপক্ষই ১০ বজালৈ গাপ দি ৰখাকলৈ শ্ৰমিকসকল উত্তেজিত হৈ পৰি তীব্ৰ প্ৰতিবাদ কৰে (Workers Protest)

১৩ বছৰীয়া নাবালক শ্ৰমিকজনৰ মৃত্যুৰ পিছতে সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ (Youth Dies At Pepsis Company)

অভিযোগ অনুসৰি কোম্পানীটোৱে শ্ৰমিক প্ৰণৱজ্যোতিৰ মৃত্যুৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল। আনহাতে মাত্ৰ ১৩ বছৰীয়া কিশোৰ প্ৰণৱজ্যোতিক কিদৰে প্ৰতিষ্ঠানটোৱে শ্ৰমিক হিচাপে নিয়োগ কৰিছিল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

লগতে অভিযোগ উত্থাপন কৰিছে যে মৃত কিশোৰজনে বেলেগ ঠাইত কাম কৰিছিল। কিন্তু আজি তাক বেলেগ কামত নিয়োগ কৰাত তেওঁলোকে কয় যে ইমান সৰু ল’ৰাটোৱে ইমান গধুৰ বস্তু কেনেকৈ টানিব পাৰে (Youth Dies At Pepsis Company)

Youth Dies At Pepsis Company

প্ৰতিষ্ঠানটোত কৰ্মৰত অন্যান্য শ্ৰমিকৰ অভিযোগ অনুসৰি উপযুক্ত নঠি-পত্ৰ অবিহনেই তেওঁক প্ৰতিষ্ঠানটোৱে শ্ৰমিক হিচাপে নিয়োগ কৰিছিল। আজি পুৱা প্ৰায় ৮ বজাত ফেক্টৰীত কাম কৰিবলৈ সোমোৱা প্ৰণৱৰ প্ৰায় ১০ বজাত মৃত্যু হৈছিল।

Youth Dies At Pepsis Company

এই বিষয়ে প্ৰতিষ্ঠানটোৰ মেনেজাৰ গৰাকীক অৱগত কৰা হৈছিল যদিও প্ৰথমে তেওঁ প্ৰণৱজ্যোতিৰ মৃত্যুৰ ঘটনাক গাপ দিবলৈহে চেষ্টা কৰিছিল (Dies Worker Pranabjyoti Hazarika)। ইয়াকে লৈ প্ৰতিষ্ঠানটোৰ শ্ৰমিকসকলে এক উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰে।

অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত (Azara Police) হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। উল্লেখ্য যে, এই প্ৰতিষ্ঠানটোত পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

শ্ৰমিকজনৰ মৃত্যুত সতীৰ্থ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ। কোম্পানীটোৱে দীৰ্ঘদিন ধৰি শ্ৰমিকসকলক শোষণ অত্যাচাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰে। শ্ৰমিকসকলে মৃতদেহটো কোম্পানীৰ বাহিৰলৈ নিয়াত বাধা প্ৰদান কৰে (Youth Dies At Pepsis Company)

Photo: Batori24

লগতে পঢ়কঃ Laxmi Orang On Manipur Case: “২০০৭ত মোৰ লগত মণিপুৰৰ দৰেই ঘটনা হৈছিল, পুলিচৰ ওচৰতে মোৰ কাপোৰ খুলি দিছিল, ৰাস্তাত দৌৰাইছিল”- বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙে মণিপুৰ কাণ্ডক লৈ উজাৰিলে ক্ষোভ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -