29 C
Guwahati
Saturday, May 18, 2024

আজৱ ঘটনা! ফ্লাইঅভাৰৰ পৰা এজন লোকৰ টকাৰ বৰষুণ; তাকো কেৱল ১০ টকীয়া নোটহে, নোট বুটলিবলৈ ভিৰ মানুহৰ, ভাইৰেল ২টাকৈ Video

Must Read

বেংগালুৰুৰ (Bengaluru) কে আৰ মাৰ্কেটত (K R Market) সংঘটিত হৈছে এক আজৱ ঘটনা (Ajab Incident)। অচিনাক্ত এজন লোকে ফ্লাইঅভাৰৰ ওপৰৰ পৰা কৰিছে টকাৰ বৰষুণ। তাকো কেৱল ১০ টকীয়া নোটহে। লোকজনে ফ্লাইঅভাৰৰ ওপৰত উঠি তাৰ পৰা তললৈ দলিয়াইছে প্লাষ্টিকৰ মোনাত অনা ১০ টকীয়া নোট (Throwing 10 Rupees Note)। ওপৰৰ পৰা টকা সৰি পৰা দেখি ভিৰ কৰে বহু লোকে আৰু টকাবোৰ বুটলিবলৈ লৰা-ধপৰা কৰে। লোকজনৰ এই কাণ্ড দেখি আৰক্ষী তাত উপস্থিত হয় আৰু লোকজনক তাৰ পৰা আটক কৰি লৈ যায়।

Watch Viral Video-

বৰ্তমানলৈ এই কথাটো জানিবলৈ পৰা হোৱা নাই যে লোকজনৰ পৰিচয় কি আৰু কি কাৰণত এনেদৰে টকা উৰুৱাইছিল। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি লোকজনে ১০ টকীয়া নোট কৰি ৩ হাজাৰ টকা লগত লৈ আহিছিল। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে লোকজন মানসিকভাৱে অসুস্থ (Mentally Ill)। বৰ্তমান এই আজৱ কাণ্ডটোৰ দুটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ পৰিছে।

Photo: Twitter

লগতে পঢ়কঃ জানি থওক! শনি দেৱতাই (Shani Dev) এইসকল লোকক যথেষ্ট বেয়া পায়; যিসকল লোকে কৰে এইবোৰ ভুল, গোটেই জীৱন ভোগে কষ্ট…আহক জানো

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -