31 C
Guwahati
Friday, May 17, 2024

Surya Gochar 2023: ১৪ এপ্ৰিলৰ পৰা এই ৮টা ৰাশিৰ সলনি হ’ব ভাগ্য; উপাৰ্জন বাঢ়িব, টকাৰ বৰষুণ হ’ব! কাৰণ গ্ৰহৰ ৰজা সূৰ্য প্ৰৱেশ কৰিব মেষ ৰাশিত, পিছে জানো আহক কি কি ৰাশিৰ খুলিব ভাগ্য?

Surya Gochar 2023 Positive Effect: ১৪ এপ্ৰিলৰ দুপৰীয়া ৩ বাজি ১২ মিনিটত মেষ ৰাশিত সূৰ্য পৰিবহন (Surya Gochar) কৰিব। সূৰ্য প্ৰায় এমাহৰ বাবে মেষ ৰাশিত থাকিব। সূৰ্য পৰিবহন কৰাৰ ফলত ৮টা ৰাশিৰ লোকৰ ওপৰত প্ৰভাৱ বৃদ্ধি হ'ব পাৰে, তেওঁলোকে ইতিবাচক ফলাফল লাভ কৰিব পাৰে, যাৰ ফলত চৰকাৰী চাকৰি, ধনলাভ আৰু শত্ৰুৰ বিৰুদ্ধে জয়ী হ'ব পাৰে।

Must Read

Surya Gochar 2023 Positive Effect: সূৰ্যৰ ৰাশি পৰিৱৰ্তন ১৪ এপ্ৰিল শুকুৰবাৰে হ’ব। ১৪ এপ্ৰিলৰ নিশা ০৩:১২ বজাত মেষ ৰাশিত সূৰ্য পৰিবহন কৰিব। ১৪ এপ্ৰিলৰ দুপৰীয়া ৩ বাজি ১২ মিনিটত মেষ ৰাশিত সূৰ্য পৰিবহন (Surya Gochar) কৰিব। সূৰ্য প্ৰায় এমাহৰ বাবে মেষ ৰাশিত থাকিব। তাৰ পিছত ১৫ মে’ত মেষ ৰাশিৰ পৰা ওলাই বৃষ ৰাশিত পৰিবহন কৰিব। মেষ ৰাশিত সূৰ্য পৰিবহন কৰাৰ ফলত ৮টা ৰাশিৰ লোকৰ ওপৰত প্ৰভাৱ বৃদ্ধি হ’ব পাৰে, তেওঁলোকে ইতিবাচক ফলাফল লাভ কৰিব পাৰে, যাৰ ফলত চৰকাৰী চাকৰি, ধনলাভ আৰু শত্ৰুৰ বিৰুদ্ধে জয়ী হ’ব পাৰে।

Surya Gochar 2023 এইসকল ৰাশিৰ ওপৰত পৰিব ইতিবাচক প্ৰভাৱ-

১. মেষ ৰাশি (Aries):

Surya Gochar 2023

১৪ এপ্ৰিলত সূৰ্য নিজৰ উচ্চ ৰাশি মেষত প্ৰৱেশ কৰিব, যাৰ ফলত এই ৰাশিৰ লোকসকলে ইতিবাচক ফল লাভ কৰিব। চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা, চৰকাৰৰ পৰা সহযোগ লাভ কৰিব। সংকট আঁতৰিব আৰু সফলতা লাভ কৰিব।

২. কৰ্কট ৰাশি (Cancer):

Cancer

সূৰ্যৰ প্ৰভাৱৰ ফলত আপুনি কামত সফলতা লাভ কৰিব। ব্যৱসায়ত উন্নতি হ’ব। আপোনাৰ আধিপত্য বৃদ্ধি পাব। আপুনি কোনো নতুন ঘৰ বা নতুন গাড়ী ক্ৰয় কৰিব পাৰে। পৰিয়ালত শুভ কাম হ’ব। ধন লাভ হ’ব।

৩. তুলা ৰাশি (Libra):

সূৰ্য পৰিবহনৰ ফলত আপোনাৰ কামত উন্নতি হ’ব। ব্যৱসায়ত সফলতা লাভ কৰিব, নতুন বিনিয়োগে অৰ্থনৈতিক দিশটো শক্তিশালী কৰিব। অৱশ্যে বৰ্তমান পাৰ্টনাৰশ্বিপ কৰাটো সঠিক সময় নহয়। যিকোনো চুক্তি কৰাৰ আগতে ভালদৰে কাগজ-পত্ৰ পঢ়ি লওক।

৪. বৃশ্চিক ৰাশি (Scorpio):

সূৰ্যৰ পৰিবহনে আপোনাৰ শক্তি বৃদ্ধি কৰিব পাৰে, যিয়ে শক্ৰক পৰাজিত কৰিব। চৰকাৰী চাকৰিত সফলতা লাভ কৰাৰ সম্ভাৱনা, কিন্তু অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি বিদেশতো চাকৰি পাব পাৰে।

৫. ধনু ৰাশি (Sagittarius):

Surya Gochar 2023
Surya Gochar 2023

সূৰ্যৰ পৰিবহনে সম্পত্তিৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰিব পাৰে। পুৰণি গোচৰৰ সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে। আপুনি কামত সফলতা লাভ কৰিব, কিন্তু মন অস্থিৰ হৈ থাকিব। পৰীক্ষাত সফলতাৰ বাবে আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। ধন লাভৰ সুযোগ পাব।

৬. মকৰ ৰাশি (Capricorn):

সূৰ্যৰ পৰিবহনৰ বাবে বিদেশত বসতি স্থাপনৰ সপোন পূৰণ হ’ব পাৰে, বিদেশী নাগৰিকত্ব লাভ কৰিব পাৰে। নিযুক্তি প্ৰাপ্ত লোকসকলৰ বাবে সময় অনুকূল হ’ব আৰু ব্যৱসায় কৰা সকলে লাভৰ নতুন সুযোগ পাব।

৭. কুম্ভ ৰাশি (Aquarius):

সূৰ্য দেৱৰ কৃপাত আপোনাৰ বাবে ১ মাহ সময় অনুকূল। আপুনি মনোৰম ফলাফল পাব। চাকৰিত সন্মান লাভ কৰিব। ব্যৱসায়ৰ সৈতে সম্পৰ্কিত লোকসকল উপকৃত হ’ব। কামত অগ্ৰগতি হ’ব। বিদেশত চাকৰি কৰাৰ সম্ভাৱনা আছে। কিছুমানে চৰকাৰী কামো পাব পাৰে।

৮. সিংহ ৰাশি (Leo):

বিশাল অৰ্থপ্ৰাপ্তিৰ যোগ। বহুদিনৰ সম্পত্তি সংক্ৰান্তীয় গোচৰ নিষ্পত্তি হ’ব। চাকৰি আৰু ব্যৱসায়, উভয়তে সফলতা লাভ কৰিব। গাড়ীৰ কিনাৰ যোগ আছে।

Photo: Google

লগতে পঢ়কঃ ”আৰে তই দিনতে খালি; ভাল কৰিলি, কিমান খালি?- সুৰামত্ত যুৱকক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন…মুখ্যমন্ত্ৰীৰ প্ৰশ্নত যুৱকৰ উত্তৰ- এক কোৱাৰ্টাৰ, Watch Viral Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -