36 C
Guwahati
Friday, May 17, 2024

Nail Polish Side Effects: যুৱতী-মহিলাসকল সাৱধান! আপোনালোকৰ প্ৰিয় “নেইল পলিছে”ও আপোনাৰ কৰিব পাৰে ভয়ংকৰ লোকচান; লগোৱাৰ আগতে ভাবি লওক ১০০ বাৰ আৰু জানি লওক লোকচানসমূহ কি কি?

Nail Polish Side Effects: ধুনীয়া ৰং-বিৰঙী নেইল পলিছ লগালে আপোনাৰ কি লোকচান হ'ব পাৰে, ই আপোনাৰ শৰীৰত কি প্ৰভাৱ পেলায়? আৰু আপুনি জানেনে শিশুই নেইল পলিছ লগোৱা কিমান ভয়ংকৰ হ'ব পাৰে?

Must Read

Nail Polish Side Effects Lifestyle Tips: প্ৰতিগৰাকী মহিলা আৰু যুৱতীয়ে নিজকে সুন্দৰ দেখাবলৈ বিভিন্নধৰণৰ বিউটী টিপছ অনুসৰণ কৰে আৰু ইয়াৰে মাজত এটা হ’ল নেইল পেইণ্ট (Nail Polish Side Effects)।

মহিলা আৰু যুৱতীসকলে নেইল পলিছ লগাব যথেষ্ট ভাল পায়। বিশ্বত প্ৰায়ভাগ মহিলা আৰু যুৱতীয়ে নেইল পলিছ লগাব ভাল পায় আৰু বিভিন্ন ৰঙৰ নেইল পলিছ লগাই, কিন্তু আপুনি জানেনে এই ধুনীয়া ৰং-বিৰঙী নেইল পলিছ লগালে আপোনাৰ কি লোকচান হ’ব পাৰে, ই আপোনাৰ শৰীৰত কি প্ৰভাৱ পেলায় (Nail Polish Side Effects)?

আৰু আপুনি জানেনে শিশুই নেইল পলিছ লগোৱা কিমান ভয়ংকৰ হ’ব পাৰে (Nail Polish Side Effects)?

এক অধ্যয়নত এই কথা প্ৰমাণিত হৈছে। নেইল পলিছৰ ৰং বোৰ দেখিবলৈ যিমানেই আকৰ্ষণীয়, সিমানেই স্বাস্থ্যৰ বাবে হানিকাৰক। এই ৰংবোৰ প্ৰস্তুত কৰিবলৈ বহু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। যিয়ে আমাৰ শৰীৰত ভাবিব নোৱাৰাকৈ কু প্ৰভাৱ পেলায়।

Nail Polish Side Effects

 

নেইল পলিছৰ শৰীৰ আৰু স্বাস্থ্যৰ ওপৰত কু-প্ৰভাৱ (Nail Polish Side Effects)-

আপুনি জানেনে নেইল পলিছ লগালে কি কি লোকচান হয়, যেতিয়া আপুনি নেইল পলিছ লগাই তেতিয়া তাত থকা ভয়ংকৰ কেমিকেল আমাৰ চকু আৰু মুখৰ জৰিয়তে আমাৰ শৰীৰৰ ভিতৰ পায়, যিয়ে আমাক ভিতৰৰ পৰা বেমাৰী কৰি তুলিব পাৰে।

এই ৰং-বিৰঙী বিউটী প্ৰডাক্টছ আৰু নেইল পলিছত ফাৰ্মলডিহাইড নামৰ এটা কেমিকেল থাকে, যাৰ ব্যৱহাৰ সামগ্ৰী আঠা লগোৱাৰ বাবে কৰা হয়।

যিয়ে আমাৰ শৰীৰত ফাৰ্মলডিহাইডৰ সংস্পৰ্শত অহাত খজুৱতি হোৱা ছালত সংক্ৰমণৰ দৰে ভয়াৱহ আৰু গুৰুতৰ ৰোগ হ’ব পাৰে।

কিমান লোকচান কৰে নেইল পলিছে (Nail Polish Side Effects)-

১. নেইল পলিছত থকা এটা ভয়ানক কেমিকেল আপোনাৰ শৰীৰৰ সংস্পৰ্শত অহাৰ পিছত আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পেলায়।

২. নেইল পেইণ্টত থকা কেমিকেলছে্ আপোনাৰ পেটৰ পাচন তন্ত্ৰ আৰু হৰ্মনল ছিষ্টেমতো যথেষ্ট সমস্যাৰ সৃষ্টি কৰে।

৩. নেইল পলিছ ব্যৱহাৰ কৰা যুৱতী-মহিলাসকলত ট্ৰাইফেনিল ফছফেট নামৰ বিষাক্ত পদাৰ্থ পোৱা যায়, যিয়ে মহিলাসকলক ৰোগী কৰি তুলে।

৪. যদি নেইল পলিছত থকা ট’লয়ুন কেমিকেল বেছি পৰিমানত আপোনাৰ শৰীৰত গৈ পায় তেন্তে মহিলাসকলৰ লিভাৰ আৰু কিডনীৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে (Nail Polish Side Effects)

৫. নেইল পলিছ প্ৰয়োগ কৰাৰ ফলত ইয়াত থকা ৰাসায়নিক পদাৰ্থবোৰ শৰীৰত প্ৰৱেশ কৰে আৰু ইয়াৰ ফলত হৰমন প্ৰণালীত গুৰুতৰ পৰিৱৰ্তন হয়। ই বিশেষভাৱে মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। যাৰ ফলত পাকস্থলীৰ পাচন আৰু হৰমন প্ৰণালীত ব্যাঘাত জন্মে।

৬. নেইল পলিছত থকা নিউৰো-টক্সিন হৈছে এবিধ অতি বিষাক্ত পদাৰ্থ। ই মস্তিষ্কক পোনপটীয়াকৈ প্ৰভাৱিত কৰে। ইয়াৰ লগতে ই মেৰুদণ্ডকো প্ৰভাৱিত কৰে। স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰা এই উপাদান যথেষ্ট বিষাক্ত (Nail Polish Side Effects)

৭. নেইল পলিছত থকা ফৰ্মেলডেড হৈছে এনে এক উপাদান, যিয়ে কাৰ্চিনোজেনিক বা কৰ্কট ৰোগ সৃষ্টিকাৰী। কৰ্কট কোষবোৰ ইয়াৰ উপস্থিতিৰ দ্বাৰা গঠন হয়।

৮. নেইল পলিছৰ ব্যৱহাৰেৰে নখৰ লোকচান

আপুনি জানেনে নেইল পলিছ বেছি ব্যৱহাৰ কৰিলে আমাৰ নখ দুৰ্বল হয় আৰু লাহে-লাহে তাত ফাঁট মেলিবলৈ ধৰে। ইয়াৰোপৰি ইয়াৰ ব্যৱহাৰেৰে নখৰ প্ৰাকৃতিক উজ্জ্বলতাও হেৰাই যায়।

৯. নেইল পলিছৰ ব্যৱহাৰেৰে শৰীৰ নাৰ্ভ ছিষ্টেম বেয়া হয়।

১০. নেইল পলিছত টলুইন নামৰ এটা উপাদান থাকে। ই পোনপটীয়াকৈ মাকৰ গাখীৰত প্ৰৱেশ কৰে। যি স্তনপানৰ কৰোৱাৰ জৰিয়তে শিশুৰ দেহলৈও প্ৰবাহিত হৈ পৰে। ই এটি শিশুটোৰ বিকাশৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে (Nail Polish Side Effects)

Photo: Google

লগতে পঢ়কঃ Margherita Brother Murder: ঘোৰ কলিযুগ! আধা কেজি “মূৰ্গীৰ মাংস”ৰ বাবে সৰু ভায়েক-খুৰাকৰ ল’ৰাই হানি-খুঁচি হত্যা কৰিলে ককায়েকক; “মদ”ৰ লগত খাবলৈ সৰু ভায়েকে চুৰি কৰিছিল মাংসখিনি…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -