36 C
Guwahati
Friday, May 17, 2024

Guru Vakri 2023: আহি আছে ভাল দিন! ছেপ্টেম্বৰত হ’ব বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন; এই ৩টা ৰাশিৰ অন্ত হ’ব দুখ, আহিব সুখ, জিলিকি উঠিব ভাগ্য, পিছে চাই লওক থাকিব পাৰে আপোনাৰো ৰাশিচিহ্ন

Guru Vakri 2023 Zodiac Sign Lucky: ছেপ্টেম্বৰ মাহত বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰিবলৈ গৈ আছে। জ্যোতিষ শাস্ত্ৰত বৃহস্পতিক সুখ, সমৃদ্ধি, ধন, বিবাহ আৰু আধ্যাত্মিকতাৰ শাসক বুলি ধৰা হয়।

Must Read

Guru Vakri 2023 Zodiac Sign Lucky: বৈদিক জ্যোতিষ শাস্ত্ৰত বৃহস্পতি আৰু শনিৰ বিশেষ স্থান থাকে।

এই দুয়োটা গ্ৰহ যেতিয়াই ৰাশি পৰিৱৰ্তন কৰে বা নিজৰ খোজ সলনি কৰে তেতিয়া ইয়াৰ প্ৰভাৱ জাতক-জাতিকাৰ জীৱনত নিশ্চয়কৈ পৰে (Guru Vakri 2023)

শনি বক্ৰ হোৱাৰ পিছত এতিয়া ছেপ্টেম্বৰ মাহত বৃহস্পতিও বক্ৰ হ’বলৈ গৈ আছে। জ্যোতিষ শাস্ত্ৰত বৃহস্পতিক সুখ-সমৃদ্ধি, ধন, যশস্যা, বিবাহৰ কাৰক গ্ৰহ বুলি কোৱা হয় (Guru Vakri 2023)

বৃহস্পতি বক্ৰ হোৱাৰ লগে লগে ৩টা ৰাশিৰ জীৱন সলনি হ’বলৈ গৈ আছে! দৰিদ্ৰতা, দুখ, দুখ-কষ্টৰ অন্ত! জীৱনত এতিয়া কেৱল সুখ আৰু সুখ!

লগতে পঢ়কঃ Rich Zodiac signs 2024: অহা বছৰ অৰ্থাৎ ২০২৪ত “ধনী” হ’ব এই ৪টা ৰাশিৰ লোকসকল; হ’ব টকাৰ বৰষুণ, পিছে চাই লওক থাকিব পাৰে আপোনাৰো ৰাশিচিহ্ন…

আহক জানি লওক কোনকেইটা ৰাশিৰ ভাগ্য জিলিকি উঠিব (Guru Vakri 2023)-

মেষ ৰাশি (Aries):

Guru Vakri 2023

বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনৰ ফলত মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে অতি শুভ হ’বলৈ গৈ আছে। ভাগ্য ভাল হ’ব।

বহু দিন ধৰি হৈ নুঠা কামবোৰ সহজেই হয় যাব। চাকৰি আৰু ব্যৱসায়ৰ লাভ হ’ব। এই সময়ছোৱাত বৃহৎ পৰিমাণৰ ধন পোৱাৰ সম্ভাৱনা আছে। আয় বাঢ়িব, টকা আহিব দুয়োহাতে। প্ৰেম আৰু বৈবাহিক সম্পৰ্ক সুখৰ হ’ব। পুৰণি প্ৰেম জীৱনত পুনৰ আহিব পাৰে।

কৰ্কট ৰাশি (Cancer):

Guru Vakri 2023

বৃহস্পতিৰ বক্ৰৰেখা গতি অতি শুভ হ’ব। চাকৰিৰ পদোন্নতি আৰু সন্মান বৃদ্ধি পাব। ব্যৱসায়ীসকলে বিপুল লাভ কৰিব।

ঘূৰাই নোপোৱা টকাখিনি ঘূৰাই পাব। নিবনুৱা লোকে চাকৰি পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানৰ সফলতাক লৈ গৌৰৱ কৰিব। ভ্ৰমণলৈ যোৱাৰ যোগ আছে। নতুন মাটি, ঘৰ বা গাড়ী কিনাৰ বাবে এইটো এটা আদৰ্শ সময়।

মিথুন ৰাশি (Gemini):

Guru Vakri 2023

আৰ্থিক সমস্যা দূৰ হ’ব। অভাৱনীয়ভাৱে বিশাল সম্পত্তি লাভ কৰিব। বিনিয়োগ কৰাৰ বাবে সৰ্বোত্তম সময়। স্বাস্থ্য ভাল হ’ব।

দীৰ্ঘদিন ধৰি ভুগি থকা যিকোনো ধৰণৰ ৰোগৰ পৰা আপুনি সকাহ পাব। পাৰিবাৰিক অশান্তি নাইকিয়া হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰাধান্য বাঢ়িব। এইবাৰ কিছু বিলাসী সামগ্ৰী কিনিব পাৰিব।

বিবাহিত জীৱনত সুখ আৰু শান্তি থাকিব। বিবাহযোগ্য মানুহৰ বিয়া এই সময়খিনিত হ’ব পাৰে।

Photo: Google

লগতে পঢ়কঃ Boko Land Grabbing Case: হায় ৰে মানৱ! এজন “অন্ধ” লোকক প্ৰতাৰণা; তাকো মাটিৰ বাবে, এটকা-দুটকাকৈ জমা কৰি কিনা মাটিখিনিও কৰিলে দখল…ভাঙি পেলালে কষ্টৰে সঁজোৱা ঘৰখন, এই ঘটনা অসমৰে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -