35 C
Guwahati
Tuesday, May 14, 2024

Astrology Tips For Money: “দৰমহা” পোৱাৰ লগে লগে এই ৩টা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব; সন্তুষ্ট হয় মা লক্ষ্মী, হ’ব টকা-পইচাৰ বৰষুণ, তাৰ আগতে জানি লওক কি কি?

Astrology Tips For Money: আপুনি যদি খৰচৰ তুলনাত উপাৰ্জন বৃদ্ধি নোহোৱাক লৈ সমস্যাত ভুগিছে তেন্তে জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় কেইটামান উপায় কৰি লওঁক। এনে কৰিলে আপোনাৰ সকলো সমস্যা কেইদিনমানৰ ভিতৰতে শেষ হৈ যাব আৰু সফলতাই স্পৰ্শ কৰিব আপোনাক

Must Read

Astrology Tips For Money: চাকৰি কৰা প্ৰতিগৰাকী লোকে নিজৰ দৰমহা (Salary) পাবলৈ আগ্ৰহেৰে বাট চাই থাকে। সেই দৰমহাৰে সেই লোকজনৰ ঘৰে চলে আৰু পৰিয়ালৰ আনবোৰ প্ৰয়োজন পূৰণ কৰে।

কিছুমানে এই দৰমহাৰ পৰা সঞ্চয়ো কৰে কিন্তু বহু লোকৰ নিজৰ খৰচ বাঢ়ি যোৱাৰ ফলত সঞ্চয় কৰিব নোৱাৰে। আজি আমি জ্যোতিষশাস্ত্ৰৰ এনেকুৱা এটা উপায় কম, যিটো উপায় কৰিলে আপোনাৰ ঘৰত ধন-সমৃদ্ধি প্ৰৱাহ বৃদ্ধি হৈ গৈয়ে থাকিব (Astrology Tips For Money)

আহক জানো কি কি এই ৩টা কাম (Astrology Tips For Money)-

লগতে পঢ়কঃ Tuesday Hanuman Puja: মঙলবাৰে দান কৰক এই ৫ বিধ বস্তু; ঘৰত হ’ব টকাৰ বৰষুণ, বেমাৰৰ পৰা থাকিব বাচি, পিছে জানো আহক কি কি বস্তু?

১. দৰমহা পোৱাৰ লগে লগে কৰক দান-পুন্য (Food And Cloth Donate To Poor People)

Astrology Tips For Money

জ্যোতিষীসকলৰ মতে ধৰ্ম শাস্ত্ৰত দানক (Astrology Tips For Money) আটাইতকৈ ডাঙৰ পুন্য কৰ্ম বুলি গণ্য কৰা হয়। কোৱা হয় যে যিসকল লোকে নিয়মিতভাবে দান কৰে। তেওঁলোক জন্ম-মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ মুক্তি লাভ কৰে।

সেইবাবে যেতিয়াও আপোনাৰ ওচৰত টকাৰ আগমণ হয় তেতিয়া তাৰে পৰা উচিত মাত্ৰাত দান নিশ্চয় কৰিব লাগে। এনেকুৱা কৰিলে শুভ ফল লাভ কৰে। দৰমহা পোৱাৰ লগে লগে আপুনি কোনো দৰিদ্ৰ লোকক খাদ্য বা কাপোৰ দান কৰিব লাগে। এনেকুৱা কৰিলে আপোনাৰ ঘৰত খাদ্যৰ ভাণ্ডাৰ ভৰি থাকে।

২. গো মাতাক খুৱাওক ৰুটী-ভাত

Astrology Tips For Money

দৰিদ্ৰক দান কৰাৰ লগতে আপুনি আপোনাৰ দৰমহাৰে কিনা আটাৰে বা চাউলেৰে ৰুটী বনাই বা ভাত ৰান্ধি গৰুক খুওৱাব লাগে। লগতে তাৰ বাবে দানাৰ উচিত ব্যৱস্থা কৰিব লাগে।

এনেকুৱা কৰিলে ভগৱান শ্ৰীকৃষ্ণ যথেষ্ট সন্তুষ্ট হয় আৰু জাতকে ভগৱানৰ কৃপা লাভ কৰে। গো মাতাক ৰুটি বা ভাত খুৱালে যথেষ্ট পুন্য লাভ হয়।

৩. চৰাইৰ বাবে ৰাখক আহাৰ-পানী

Astrology Tips For Money

এয়াই নহয়, দৰমহা পোৱাৰ পিছত আপুনি সেই ধনেৰে চাউল ক্ৰয় কৰি চাদত নিশ্চয় ৰাখিব লাগে, যাৰ দ্বাৰা চৰাই-চিৰিকটীৰ পেট ভৰিবলৈ খাদ্য লাভ কৰে।

লগতে সেইবোৰ চৰাইৰ বাবে চাদত পানী থোৱাৰো ব্যৱস্থা গ্ৰহণ কৰক। সেই অমাতা জীৱ-জন্তুক খাদ্য-পানীৰ ব্যৱস্থা কৰিলে শুভ ফল লাভ হয়, যাৰ ফলত জীৱনত উন্নতিৰ পথ নিজে নিজেই মুকলি হ’বলৈ ধৰে (Astrology Tips For Money)

Photo: Google

লগতে পঢ়কঃ Assam Girl Rape Bengaluru: জঘন্য! বিয়াৰ প্ৰতিশ্ৰুতিৰে অসমৰ পৰা বেংগালুৰুত লৈ গ’ল “গাৰ্লফ্ৰেণ্ড”ক; ৪জন বন্ধুক মাতি প্ৰেমিকে কৰিলে মাৰপিট আৰু দলবদ্ধ ধৰ্ষণ…লগতে বনাই “নগ্ন” ভিডিঅ’

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -