31 C
Guwahati
Wednesday, May 15, 2024

নিৰ্লজ্জতাৰ সীমা অতিক্ৰম! বিধানসভাৰ অধিৱেশনৰ সময়তে BJP বিধায়কে মোবাইলত চালে ‘Porn Video’; ছচিয়েল মিডিয়াত Viral হৈ পৰিল এই ভিডিঅ’, Bjp Mla Watching Porn Video Viral

Bjp Mla Watching Porn Video Viral: ভিডিঅ'টোত দেখা পোৱা গৈছে যে যাদৱ লাল নাথে মোবাইলত কিবা ভিডিঅ' চাই আছে। বিজেপি বিধাকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে বিধানসভাৰ অধিৱেশনৰ সময়তে তেওঁ মোবাইলত অশ্লীল ভিডিঅ' চাই আছিল। যিটো সময়ত তেওঁ এই Porn Video চাই আছিল এই ঘটনাটো কেমেৰাত বন্দী হয়।

Must Read

Bjp Mla Watching Porn Video Viral: ত্ৰিপুৰাত (Tripura) সংঘটিত হৈছে এক নিলৰ্জ্জ কাণ্ড (Shameless Incident)। বিধানসভাৰ অধিৱেশনৰ সময়তে বিজেপি বিধায়কে মোবাইলত চালে Porn Video (BJP Mla Was Watching Porn During The Proceedings In The Assembly)। বিজেপি বিধায়ক যাদৱ লাল নাথৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে (MLA, Jadav Lal Nath Video Viral)

বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত অশ্লীল ভিডিঅ’ চাই (BJP Mla Watching Porn Video Viral) আছিল। ভাইৰেল ভিডিঅ’টো ৩০ মাৰ্চৰ বুলি কোৱা হৈছে।

উল্লেখ্য যাদৱ লাল নাথ ত্ৰিপুৰাৰ বাগবছা সমষ্টিৰ বিজেপি বিধায়ক (Bagbassa Constituency Mla)। ভিডিঅ’টোত দেখা পোৱা গৈছে যে বিজেপি বিধায়ক যাদৱ লাল বিধানসভা অধিৱেশনৰ সময়তে চকীত বহি ফোনত অশ্লীল ভিডিঅ’ চাই আছে (BJP Mla Was Watching Porn During The Proceedings In The Assembly)। এই সমগ্ৰ ঘটনা কেমেৰাত বন্দী হয়। ইফালে এই ভিডিঅ’টো ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে লগতে বিধায়কগৰাকীৰ কু-কৰ্মও।

ইয়াৰ পূৰ্বেও ২০১২ চনত কৰ্ণাটক চৰকাৰৰ দুই বিজেপি মন্ত্ৰীয়ে সদনৰ কাম-কাজ চলি থকাৰ সময়তে পৰ্ণ ভিডিঅ’ চাই থকাৰ দৃশ্য কেমেৰাত বন্দী হৈছিল। আৰু এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ (Social Media Viral Video) পৰিছিল।

Photo: Twitter

লগতে পঢ়কঃ লোভৰ বেয়া পৰিনাম! মাত্ৰ ৫ হাজাৰ টকাৰ লোভত হেৰুৱালে নাম-সন্মান-সততা আৰু জনপ্ৰিয়তা; গণতন্ত্ৰ দিৱসত নিষ্ঠা আৰু সততাৰ বঁটা লাভ কৰা SI পৰিল ধৰা, তাকো ঘোচ লওতেই, Lady Cop Munni Devi Viral Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -