22.8 C
Guwahati
Friday, April 26, 2024

Karnataka Election Results Update: কৰ্ণাটকত কংগ্ৰেছক সংখ্যাগৰিষ্ঠতা! সিদ্বাৰমেয়াই ক’লে- ৰাহুল হ’ব পাৰে প্ৰধানমন্ত্ৰী…

Karnataka Election Results Update: কৰ্ণাটকত ভোটগণনা অব্যাহত। ফলাফল কিছুসময়ৰ পিছতে স্পষ্ট হ'ব। বৰ্তমান ট্ৰেণ্ডত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। অৱশ্যে, ৫০তকৈও অধিক আসন এনেকুৱা আছে য'ত তীব্ৰ যুঁজ আছে। এই বিধানসভা নিৰ্বাচনে দেশৰ ৰাজনীতিত যে প্ৰভাৱ পেলাব সেয়া নিশ্চিত।

Must Read

Karnataka Election Results Update: কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্য়াহত। এই ফলাফলত বিজেপি, কংগ্ৰেছ আৰু জেডিএছসহ প্ৰায় দলসমূহৰ দৃষ্টি আৱদ্ধ হৈ আছে।

ৰাজ্যখনৰ নিৰ্বাচনী ইতিহাস সাধাৰণতে কোনো দলক দ্বিতীয়বাৰৰ বাবে শাসনত নহাক লৈহে। এনে পৰিস্থিতিত ফলাফলক লৈ সকলোৰে হৃদস্পন্দন বৃদ্ধি হৈ আছে।

Update-

৫টা গেৰেণ্টী যি আমি দিছিলো, ৰাইজে তাৰ ওপৰত বিশ্বাস কৰিছে- Mallikarjun Kharge

কাইলৈ বৈঠকত নিশ্চিত হ’ব, কোন হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী- খড়গে

ৰাহুল গান্ধীয়ে দিলে কৰ্ণাটকৰ ৰাইজক ধন্যবাদ

প্ৰথমখন কেবিনেটত সম্পূৰ্ণ কৰিব ৫টা প্ৰতিশ্ৰতিঃ ৰাহুল গান্ধী

আমি হিংসাৰ নহয়, প্ৰেমৰ যুঁজ যুঁজিছোঃ ৰাহুল গান্ধী

আজিৰ জয় ৰাইজৰ জয়, ৰাইজে আমাক জয় কৰিছেঃ খড়গে

ভষ্ট্ৰাচাৰৰ বাবে ৰাইজে মোদী জীক কৰ্ণাটকৰ পৰা বাহিৰ কৰিছেঃ অধীৰ ৰঞ্জন চৌধুৰী

সিদ্বাৰমেয়াই ক’লে- ৰাহুল হ’ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী

কৰ্ণাটকত কংগ্ৰেছক সংখ্যাগৰিষ্ঠতা! কংগ্ৰেছ-১২৪, বিজেপি-৭০ আৰু JDS-২৩খন আসনত অগ্ৰগতি।

Photo: Google

লগতে পঢ়কঃ Sangeeta Dutta Case Update: চিকিৎসক দম্পতীৰ শিশুক নিৰ্যাতনৰ ঘটনা; ঘটনাত জড়িত ২ আশাকৰ্মীক আটক আৰক্ষীৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -