33 C
Guwahati
Saturday, April 27, 2024

Sangeeta Dutta Case Update: চিকিৎসক দম্পতীৰ শিশুক নিৰ্যাতনৰ ঘটনা; ঘটনাত জড়িত ২ আশাকৰ্মীক আটক আৰক্ষীৰ…

Sangeeta Dutta Case Update: গুৱাহাটীৰ চিকিৎসক দম্পতী মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলামৰ ঘৰত শিশুক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱা ঘটনাৰ তদন্ত অব্যাহত আছে

Must Read

Sangeeta Dutta Case Update: গুৱাহাটীৰ চিকিৎসক দম্পতী মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলামৰ ঘৰত শিশুক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱা ঘটনাৰ তদন্ত অব্যাহত আছে (Psychiatrist Dr Sangeeta Dutta And Dr Waliul Islam Arrested For Minor Abuse Case)।

Sangeeta Dutta Case Update
Sangeeta Dutta Case Update

চিকিৎসক দম্পতীক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে মনোৰোগ বিশেষজ্ঞ সংগীতা (Psychiatrist Dr Sangeeta Dutta) দত্তৰ ব্যক্তিগত সহায়িকা উৎপলা বসুক গ্ৰেপ্তাৰ কৰিছে। উৎপলা বসুৱে চিকিৎসক দম্পতীক শিশু যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে (Sangeeta Dutta Case Update)

লগতে পঢ়কঃ Sangeeta Dutta:”চাকৰকেইটা মিলি আছে; পুলিচ মিলি আছে, বচাওক মোক, মই একো কৰা নাই”- কেমেৰাৰ সন্মুখত ডাঃ সংগীতা দত্তৰ বিকট চিঞৰ, Video

ইয়াৰ পিছতে এতিয়া আৰক্ষীৰ জালত পৰিছে এগৰাকী আশা কৰ্মী (ASHA Workers Detain)। জালুকবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিছে আশা কৰ্মীগৰাকীক (Jalukbari Police Detain ASHA Workers)। এই আশা কৰ্মীগৰাকীয়ে দুই শিশুক বৰপেটাৰ (Barpeta) পৰা আনিছিল।

আনহাতে, ব্যক্তিগত সহায়িকা উৎপলা বসুক লৈ আৰক্ষীয়ে চলোৱা অভিযানত আটক হৈছে আন এগৰাকী আশা কৰ্মী (Sangeeta Dutta Case Update)। গুৱাহাটীৰ ধীৰেনপাৰাৰ পৰা আটক কৰা হৈছে আনগৰাকী আশা কৰ্মীক। এইপৰ্যন্ত দুগৰাকী আশা কৰ্মী (2 ASHA Workers Detain) আটক হৈছে। ধৃত আশা কৰ্মী দুগৰাকীৰ নাম লাল বানু আৰু চুবেৰা।

Photo: Batori24

লগতে পঢ়কঃ Karnataka Election Results 2023 Winner: কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডিকে শিৱকুমাৰৰ জয়লাভ; লগতে কোন জিকিলে আৰু কোন হাৰিলে, জানক সৱিশেষ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -