29 C
Guwahati
Thursday, March 28, 2024

Karnataka Election Results 2023 Winner: কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডিকে শিৱকুমাৰৰ জয়লাভ; লগতে কোন জিকিলে আৰু কোন হাৰিলে, জানক সৱিশেষ…

Karnataka Election Results 2023 Winner: আজি অৰ্থাৎ (১৩ মে')ত নিশ্চিত হ'ব যে কৰ্ণাটকৰ সিংহাসনত আগন্তুক ৫ বছৰলৈ কোন বহিব।

Must Read

Karnataka Election Results 2023 Winner: কৰ্ণাটক বিধানসভা নিৰ্বাচন (Karnataka Assembly Election) ২০২৩ৰ ভোটগণনা (Counting) অব্যাহত। কৰ্ণাটকত ১০ মে’ত নিৰ্বাচন সম্পন্ন হৈছিল, য’ত ৭৩.২৯ শতাংশ ভোটিং হৈছিল।

ইয়াৰ লগতে আজি (১৩ মে’)ত নিশ্চিত হ’ব যে কৰ্ণাটকৰ সিংহাসনত আগন্তুক ৫ বছৰলৈ কোন বহিব (Karnataka Election Results 2023 Winner List)।

ৰাজ্যখনত ক্ষমতা দখল কৰিবলৈ বিজেপি (BJP), কংগ্ৰেছ (Congress) আৰু জেডিএছৰ (JDS) মাজত কঠিন যুঁজ চলি আছে। তিনিওটা দলৰ নেতাসকলৰ মাজত হোৱা ৰেলীসমূহত বাকযুদ্ধ দেখিবলৈ পোৱা গৈছিল। কিন্তু এতিয়া সকলোৰে দৃষ্টি ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলৰ ওপৰত আছে (Karnataka Election Results 2023 Winner List)

এতিয়া সকলোৰে ৰাজ্যখনৰ অন্তিম ফলাফলৰ অপেক্ষা আছে (Karnataka Election Results 2023 Winner List)। আহক আমি জনাও কৰ্ণাটক নিৰ্বাচনত কোনগৰাকী প্ৰাৰ্থীৰ জয় হয় আৰু কোনগৰাকী প্ৰাৰ্থীৰ পৰাজয় হয়।

কোন জিকিলে কোন হাৰিলে?

– ডি কে শিৱকুমাৰে কৰ্ণাটক নিৰ্বাচনত জয়লাভ কৰিছে। ডি কে শিৱকুমাৰে (D. K. Shivakumar) চতুৰ্থবাৰৰ বাবে কনকপুৰ আসনত জয়লাভ কৰিছে। উল্লেখ্য বিজেপিয়ে ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী আৰ অশোক আৰু জেডিএছে বি নাগাৰাজুক ডি কে শিৱকুমাৰৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

– চামৰাজনগৰ আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী চি পুট্টাৰংছেট্টিয়ে (C Puttarangashetty) বিজেপিৰ বি সোমান্নাক ৪,৯১৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। যিটো সমষ্টিটোত দিয়া মুঠ ভোটৰ ২.৯৪% আছিল। ২০১৮ চনত INC ৰ ভোটৰ শ্বেয়াৰ আছিল ৪৫.৪৬%।

– মুখ্যমন্ত্ৰী বোম্বাইয়ে পৰাজয় স্বীকাৰ কৰিছে। তেওঁ কয়, “পৰৱৰ্তী নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। ফলাফলবোৰ বিশ্লেষণ কৰিম। লোকসভা নিৰ্বাচনত (Loksabha Election) পুনৰ প্ৰত্যাৱৰ্তন কৰিম। আমি ফলাফলৰ বাবে অপেক্ষা কৰি আছোঁ।”

Photo: Google

লগতে পঢ়কঃ Agra Tragic Accident: মৰ্মান্তিক! স্কুল বাছৰ কৰি আছিল অপেক্ষা; ৫ কণমানি শিশুক দ্ৰুতবেগী গাড়ীয়ে মহটিয়ালে, কৰুণ মৃত্যুক সাৱটিলে ৩ কণমানিয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -