22 C
Guwahati
Sunday, May 5, 2024

Sadiya Tragic Accident: ভয়ংকৰ ক’ব নে কৰুণ! ডাম্পাৰ আৰু বলেৰ’ পিকআপ ভানৰ মুখামুখি খুন্দা; থিতাতে প্ৰাণ হেৰুৱালে ৩জনে

Sadiya Tragic Accident: শদিয়াৰ ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বুকপথাৰত সংঘটিত হৈছে এক কৰুণ পথ দুৰ্ঘটনা

Must Read

Sadiya Tragic Accident: শদিয়াৰ ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বুকপথাৰত সংঘটিত হৈছে এক কৰুণ পথ দুৰ্ঘটনা (Sadiya Tragic Accident)।

বলেৰ’ পিকআপ ভান আৰু ডাম্পাৰৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ (Bolero PikUp Van And Dumper Colided)। শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল ডাম্পাৰৰখন (Sadiya Tragic Accident)। ৫জন লোক আছিল বলেৰ’ পিকআপ ভানখনত (Sadiya Tragic Accident)

Sadiya Tragic Accident
Sadiya Tragic Accident

দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱালে ৩জন লোকে (3 Person Tragic Died) আৰু লগতে আহত হয় ২জন লোক (2 Person Critically Injured)। আন দুজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত দুজনক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ (Tinsukia) প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত লোলকেইজনৰ পৰিচয় (Sadiya Tragic Accident)

Photo: Batori24

লগতে পঢ়কঃ Karnataka Election Results Update: কৰ্ণাটকত কংগ্ৰেছক সংখ্যাগৰিষ্ঠতা! সিদ্বাৰমেয়াই ক’লে- ৰাহুল হ’ব পাৰে প্ৰধানমন্ত্ৰী…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -