25 C
Guwahati
Saturday, April 27, 2024

Teacher Dies After Tree Falls: ভয়ংকৰ ক’ব নে কৰুণ! স্কুললৈ গৈ থাকোতে গছৰ ডাল গাৰ ওপৰত ভাঙি পৰি শিক্ষকৰ মৃত্যু; বাইকেৰে গৈ আছিল শিক্ষকজন…

Teacher Dies After Tree Falls: কেৰালাৰ কোঝিকোডৰ নানমিণ্ডাত (Kerala Kozhikode Nanminda) সংঘটিত হৈছে এক কৰুণ ঘটনা

Must Read

Teacher Dies After Tree Falls: কেৰালাৰ কোঝিকোডৰ নানমিণ্ডাত (Kerala Kozhikode Nanminda) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)।

গছৰ ডাল গাৰ ওপৰত বাগৰি পৰাৰ ফলত এগৰাকী শিক্ষকে কৰুণ মৃত্যুক সাৱটি লয় (Kozhikode Teacher Dies As Tree Branch Falls On Him)

Teacher Dies After Tree Falls

মৃত শিক্ষকজনৰ নাম মহম্মদ শ্বৰীফ বুলি চিনাক্ত কৰা হৈছে। নিহত শিক্ষকগৰাকীক উল্লেয়েৰী ইউ পি স্কুলৰ শিক্ষক আছিল আৰু মদাবুৰ পুথুকুডীৰ বাসিন্দা আছিল (Mohammed Shareef, A Teacher At The Aided Upper Primary School)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৮ বছৰ।

জানিব পৰা অনুসৰি, শুকুৰবাৰে পুৱা যেতিয়া তেওঁ বাইক চলাই স্কুল গৈ আছিল তেতিয়া গুলমোহৰৰ এডাল শুকান গছৰ ডাল শিক্ষকজনৰ গাৰ ওপৰত ভাঙি পৰে (Teacher Dies After Tree Falls)। ঘটনাটো আজি পুৱা ৯.৩০ বজাত নানমিণ্ডা ইষ্ট ইউপি স্কুলৰ সমীপত সংঘটিত হয়।

ঘটনাটোৰ পিছতে মহম্মদ শ্বৰীফ গুৰুতৰভাৱে আহত হয়। আহত অৱস্থাত শিক্ষকজনক বলুছৰীৰ এখন হাস্পতাললৈ লৈ যোৱা হয় যদিও তেওঁৰ প্ৰাণ ৰক্ষা নপৰিল (Teacher Dies After Tree Falls)

ঘটনাটোৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

Photo: Google

লগতে পঢ়কঃ Joe Biden Falls: আকৌ বাগৰি পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; মঞ্চতে বালিৰ বেগত খালে উজুটি, তাৰ পিছত…Watch Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -