26 C
Guwahati
Friday, April 26, 2024

2000 Rs Note Exchnage: আপোনাৰ লগতো আছে নেকি ২০০০ টকীয়া ফটা নোট; সলনি কৰিলে পাব মাত্ৰ ইমান টকাহে, পিছে জানো আহক কিমান পাব?

2000 Rs Note Exchnage: আজি আমি আপোনালোকক ক'ম যে আপুনি ২০০০ টকীয়া ফটা নোটৰ বিনিময়ত কিমান টকা পাব। RBI-এ জনাইছে যে আপোনাৰ ওচৰত ২৩ মে'ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সময় আছে।

Must Read

2000 Rs Note Exchnage RBI Rules: ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) ২০০০ টকীয়া নোট (2000 rupees note) প্ৰচলনৰ পৰা বাহিৰ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে,

কিন্তু আপুনি জানেনে যদি আপোনাৰ ওচৰত ২০০০ টকাৰ ফটা নোট আছে তেন্তে আপুনি তাৰ কিমান মূল্য পাব (2000 Rs Note Exchnage)?

যদি নাজানে, তেন্তে আজি আমি আপোনালোকক ক’ম যে আপুনি ২০০০ টকাৰ ফটা নোটৰ বিনিময়ত কিমান টকা পাব (2000 rupees mutilated note)

এক্সচেঞ্জো কৰিব পাৰে নোট ((2000 Rs Note Exchnage)

RBI-এ জানিবলৈ দিয়ে যে ২৩ মে’ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ আপোনাৰ লগত সময় আছে। আপুনি এই সময়সীমাৰ ভিতৰত হয়তো নোটবোৰ বেংকত জমা কৰিব পাৰে নহ’লে এক্সচেঞ্জ কৰোৱাব পাৰে।

এই সময়ত ২০০০ টকাৰ নোট সলনি কৰোৱাবলৈ মানুহৰ মনত বহুতো প্ৰশ্ন আহি আছে।

ফটা নোট এক্সচেঞ্জ কৰিলে পাব কম টকা

ৰিজাৰ্ভ বেংকৰ (Reserve Bank Of India) নিয়ম অনুসৰি, কটা বা ফটা নোটোবোৰো সলনি কৰিব পাৰি। দেশত অপ্ৰয়োজনীয় নোট সলনি কৰাৰ নিয়মবোৰ অলপ বেলেগ। আৰবিআইয়ে কয় যে ফটা নোট সলনি কৰিলে পেমেণ্ট ইয়াৰ স্থিতি অনুসৰি কৰা হ’ব।

যদি আপোনাৰ ওচৰতো ২০০০ টকাৰ ফটা নোট আছে (2000 Rs Note Exchnage), তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।

নোটৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ’ব লাগে?

আৰবিআইয়ে কৈছে যে কটা-ফটা নোটৰ এক্সচেঞ্জ নোটৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। RBIৰ ৱেবছাইট অনুসৰি, ২০০০ টকাৰ নোটৰ দৈৰ্ঘ্য-১৬.৬, প্ৰস্থ – ৬.৬ আৰু এৰিয়া ১০৯.৫৬ হয়।

এনে পৰিস্থিতিত নোটৰ ৮৮ বৰ্গ ছেণ্টিমিটাৰ হ’লে সম্পূৰ্ণ ধন পাব, আনহাতে ৪৪ বৰ্গ ছেণ্টিমিটাৰত কেৱল আধা টকা দিয়া হ’ব (2000 Rs Note Exchnage)

RBI কাৰ্যালয়ত জমা কৰিব পাৰে নোট

বেংক গ্ৰাহকসকলৰ পৰা কটা-ফটা নোট সলনি কৰাৰ বাবে কোনো মাচুল নলয়, কিন্তু অতিকে বেয়া অৱস্থাত নোট সলনি কৰিবলৈ অস্বীকাৰ কৰিব পাৰে। যিবোৰ নোটৰ অৱস্থা বহুত বেয়া হয় সেইবোৰ আপুনি RBI কাৰ্যালয়ত জমা কৰিব পাৰে।

Photo: Google

লগতে পঢ়কঃ Teacher Dies After Tree Falls: ভয়ংকৰ ক’ব নে কৰুণ! স্কুললৈ গৈ থাকোতে গছৰ ডাল গাৰ ওপৰত ভাঙি পৰি শিক্ষকৰ মৃত্যু; বাইকেৰে গৈ আছিল শিক্ষকজন…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -