31 C
Guwahati
Monday, May 13, 2024

Son Killed Parents UP: সাৱধান! “PUBG” খেলি খেলি “দানৱ” হৈ উঠিল পুত্ৰ; গেমৰ মগ্নত পিতৃ-মাতৃকে কোবাই কোবাই মাৰি পেলালে, সম্পূৰ্ণ ঘটনাটো কি?

Son Killed Parents UP: এই হত্যাকাণ্ডটোৰ খোলোচা সেই সময়ত হয় যেতিয়া গাখীৰ দিয়া লোকজন অভিযুক্তৰ ঘৰত উপস্থিত হৈছিল। যেতিয়া গাখীৰ দিয়া লোকজনে ঘৰত জুমি চাই তেতিয়া আচৰিত হৈ উঠে

Must Read

Son Killed Parents UP Jhansi: উত্তৰ প্ৰদেশৰ ঝাঞ্চিৰ পৰা এনে এটা খবৰ পোহৰলৈ আহিছে যি আপোনাৰ বুকু কঁপি উঠিব।

তাত এজন যুৱকে নিজৰ মাতৃ-পিতৃক কোবাই কোবাই মাৰি পেলালে (Son Killed Parents Double Murder In Jhansi Uttar Pradesh)

জানিবলৈ দিয়া অনুসৰি, যুৱকজনে বহুত বেছিকৈ PUBG খেলিছিল, যাৰ বাবে যুৱকজন মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল (Son Killed Parents UP Jhansi)। যেতিয়া আৰক্ষীয়ে এই বিষয়ে জানিব পাৰিলে তেওঁলোক লগে লগে ঘটনাস্থলীত উপস্থিত হয়।

যেতিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় তেতিয়া হত্যাকাৰী পুত্ৰ ঘৰতে বহি আছিল। ঘটনাটো ঝাঞ্চিৰ নৱবাদ আৰক্ষী থানা (Jhansi Police) অঞ্চলত সংঘটিত হৈছিল।

(Son Killed Parents UP)

Son Killed Parents UP
হত্যাকাৰী পুত্ৰ

পুত্ৰই কৰিলে পিতৃ-মাতৃৰ হত্যা (Son Killed Parents UP)

এই হত্যাাকাণ্ডটো সেই সময়ত খোলোচা হয় যেতিয়া গাখীৰ দিয়া লোকজন হত্যাকাৰী যুৱকজনৰ ঘৰত উপস্থিত হৈছিল।

যেতিয়া গাখীৰ দিয়া লোকজনে ঘৰৰ ভিতৰলৈ জুমি চালে তেতিয়া আচৰিত হৈ উঠে কাৰণ ঘৰখনৰ মালিক আৰু তেওঁৰ পত্নী মজিয়াত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছিল (Son Killed Parents UP Jhansi)

ইয়াৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মিডিয়া ৰিপৰ্টছ অনুসৰি পুত্ৰই হত্যাৰ কথা স্বীকাৰ কৰে।

ইফালে, আৰক্ষীয়ে দুয়োটা মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতকৰ পৰিচয় লক্ষ্মী প্ৰসাদ (যি পেছাত এজন চৰকাৰী শিক্ষক আছিল) আৰু বিমলা বুলি জানিব পৰা গৈছে।

সোধা-পোচাত হ’ল খোলোচা (Son Killed Parents UP)

হত্যাকাৰী পুত্ৰৰ নাম অংকিত যাৰ বয়স ২৮ বছৰ বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি যেতিয়া আৰক্ষীয়ে ঘৰত উপস্থিত হয় তেতিয়া লক্ষ্মী প্ৰসাদ আৰু বিমলা দুয়োকে বেয়াকৈ আঘাতপ্ৰাপ্ত হয়, কিন্তু হাস্পতাল যোৱাৰ পথতে পিতৃয়ে কৰুণ মৃত্য়ুক সাৱটে আৰু চিকিৎসাৰ সময়ত বিমলাৰ মৃত্য়ু ঘটে।

আৰক্ষীয়ে হত্যাকাৰী অংকিতক জিম্মাত লৈ সোধা-পোছা আৰম্ভ কৰে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত জানিবলৈ পালে যে অংকিতৰ গেমৰ প্ৰতি আসক্তি আছিল।

যাৰ বাবে যুৱকজনে নিজৰ মানসিক সন্তুলন হেৰুৱাই পেলাইছে আৰু আগলৈ গৈ তাৰ অৱস্থা আৰু বেছি বেয়া হৈ গৈছে (Son Killed Parents UP)

Photo: Zee News

লগতে পঢ়কঃ Tuesday Tips: কাইলৈ মঙলবাৰ; এই দিনটোত ভুলতেও এইকেইটা কাম নকৰিব; নহ’লে শান্তিপ্ৰিয় হনুমানো হৈ উঠে ক্ষুব্ধ, পিছে জানি লওক কি কি কাম?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -