26 C
Guwahati
Sunday, May 19, 2024

Jioৰ আকৰ্ষণীয় প্লান! বিনামূলীয়াকৈ পাব Hotstar, Netflix আৰু Amazon Prime

Must Read

Jioৰ আকৰ্ষণীয় প্লান! বিনামূলীয়াকৈ পাব Hotstar, Netflix আৰু Amazon Prime

ৰিলায়েঞ্চ জিঅ’ (Reliance Jio)ই গ্ৰাহকৰ বাবে এটা পিছত আনটো আকৰ্ষণীয় প্লান আগবঢ়াই আহিছে। ৰিলায়েঞ্চ জিঅ’ই ৬০০ টকাৰ কম মূল্যত আকৰ্ষণীয় পোষ্টপেইড প্লান আগবঢ়াইছে।  য’ত হাইস্পীড ডাটাসহ OTT Appsৰ সম্পূৰ্ণ আনন্দ ল’ব পাৰিব আপুনি। Disney Plus Hotstar, Netflix আৰু Amazon Prime Video তিনিওটা অ’টিটি প্লেটফৰ্মৰ সুবিধা দিয়া হেছে এই আকৰ্ষণীয় প্লানত।

ইয়াৰ লগতে এই প্লানৰ সৈতে ২০০ জিবিৰ ডাটা ৰোলঅ’ভাৰৰ সুবিধাও পোৱা যাব। এই প্লানত কোম্পানীয়ে Disney+ Hotstar, ১ বছৰৰ বাবে Amazon Prime Video আৰু Netflix ৰ সুবিধাও পাব। ইয়াৰ উপৰি জিঅ’ টিভি, জিঅ’ চিনেমাসহ আন জিঅ’ এপৰ ফ্ৰী একছেছ লাভ কৰিব।

অৰ্থাৎ বৰ্তমান ডিজনী প্লাছ হটষ্টাৰ, এমেজন প্ৰাইম ভিডিঅ’ বা নেটফ্লিক্সত যদি কিবা চাব বিচাৰে তেন্তে ছাবস্ক্ৰিবশ্যন কিনাৰ প্ৰয়োজন নাই আৰু আপুনি বিনামূলীয়াকৈ ইয়াৰ আনন্দ ল’ব পাৰে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -