28 C
Guwahati
Saturday, April 27, 2024

Women Undergarments Stealing: এয়া আকৌ কেনে চোৰ! মহিলাৰ “অন্তৰ্বাস” চুৰি কৰি জেলৰ ভাত খাবলগীয়া হ’ল এইজন যুৱকে…

Women Undergarments Stealing: মালয়েছিয়াত এগৰাকী মহিলাৰ অন্তৰ্বাস চুৰি কৰাৰ অপৰাধত ৩ মাহৰ কাৰাদণ্ড বিহা হৈছে এজন বাংলাদেশী যুৱকক

Must Read

Women Undergarments Stealing In Malaysia: মহিলাৰ “অন্তৰ্বাস” চুৰি কৰি জেললৈ গ’ল এজন যুৱক।

মালয়েছিয়াত এগৰাকী মহিলাৰ অন্তৰ্বাস চুৰি কৰাৰ অপৰাধত ৩ মাহৰ কাৰাদণ্ড বিহা হৈছে এজন বাংলাদেশী যুৱকক (Bangladeshi Youth Arrest)

দক্ষিণ-পশ্চিম মালাকা প্ৰদেশৰ (Malacca City) আয়েৰ কেৰোৰ দণ্ডাধীশ আদালতে মহিলাগৰাকীয়ে দাখিল কৰা অভিযোগৰ পিছতে অভিযুক্ত যুৱকক শাস্তি প্ৰদান কৰে।

Women Undergarments Stealing

মালয়েছিয়াৰ সংবাদ মাধ্যম নিউ ষ্ট্ৰেইটছ টাইমছে এক প্ৰতিবেদনত তথ্য প্ৰকাশ কৰা অনুসৰি, চলিত মাহতেই অভিযুক্ত যুৱকজনে ৫৭ বছৰীয়া মহিলাগৰাকীৰ অন্তৰ্বাস চুৰি কৰিছিল (Women Undergarments Stealing In Malaysia)

অভিযুক্ত বাংলাদেশী যুৱকজনৰ নাম হোছেইন এম ডি ইকবাল (৩২)।

নিউ ষ্ট্ৰেইটছ টাইমছে প্ৰকাশ কৰিছে যে দণ্ডাধীশ নুৰুল আছিকিন ৰোজলীয়ে অভিযোগৰ সত্যতা, অভিযুক্তৰ আবেদন আৰু ৰাষ্ট্ৰৰ যুক্তি বিবেচনা কৰি এই শাস্তি ঘোষণা কৰে।

Photo: Google

লগতে পঢ়কঃ Buffalo Viral Video: Bakridত কুৰ্বানি দিবলৈ অনা “ম’হ”ৰ উৎপাত; প্ৰথমে ট্ৰাকৰ পৰা জপিয়ালে, তাৰ পিছত এফালৰ পৰা সকলোকে শিঙেৰে মহটিয়ালে…চাৰিওফালে হুলস্থুল, চাওক Video…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -