37 C
Guwahati
Friday, May 17, 2024

International Yoga Day 2023: দামী ডাইট আৰু জিমত টকা খৰচ নকৰিব; প্ৰতিদিনে মাত্ৰ ৩০ মিনিট কৰক এই ১১টা Weight loss আসন, শীঘ্ৰে নাইকিয়া হ’ব পেটৰ চৰ্বি…

International Yoga Day 2023: পেটৰ চৰ্বি নাইকিয়া কৰিবলৈ কোনকেইটা যোগাসন কৰিব, আহক জানো এনে ৭টা আসনৰ বিষয়ে।

Must Read

International Yoga Day 2023: আজি ২১ জুন, প্ৰতিবছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day 2023) পালন কৰা হয়।

ভাৰতত পৌৰাণিক কালৰে পৰা প্ৰচলিত যোগাসনক বিশ্বত ব্যাপ্ত কৰি তোলাৰ লক্ষ্যৰে ২০১৫ চনৰ পৰা পালন কৰি অহা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এটি সুস্থ-সবল নিৰোগী শৰীৰৰ গঠনত যোগাসনৰ অৱদান অনস্বীকাৰ্য (International Yoga Day 2023)

যোগাসনে যে কেৱল ব্যক্তিৰ শাৰীৰিক উৎকৰ্ষ সাধন কৰে এনে নহয়; ই ব্যক্তিৰ মানসিক স্বাস্থ্যৰো বিকাশ ঘটায়। যোগে আমাৰ শৰীৰৰ প্ৰতি সচেতনতাও বৃদ্ধি কৰিব পাৰে। যোগৰ আশ্ৰয় লৈ আমি প্ৰাকৃতিকভাৱে ওজন নিয়ন্ত্ৰণ কৰিব পাৰোঁ (International Yoga Day 2023)

আজি আমি সাধাৰণ মানুহৰ কিছুমান সমস্যাক গুৰুত্ব প্ৰদান কৰি কেইটামান যোগাসনৰ বিষয়ে জনাম। তেন্তে আহক জানো কেইটামান ওজন নিয়ন্ত্ৰণ কৰা আসন (Yoga For Weight Loss)

ওজন নিয়ন্ত্ৰণ কৰা দৈনিক অনুশীলন কৰিবলগীয়া আসন (Yoga For Weight Loss)-

১. বীৰভদ্ৰাসন -Virabhadrasana Or Warrior Pose

International Yoga Day 2023

২. অধো মুখ স্বনাসন- Adho Mukha Svanasana

৩. সেঁতু বন্ধাসন- Sethu Bandha Or Bridge Pose

৪. ত্ৰিকোনাসন-Trikonasana Or Triangle Pose

৫. বৃক্ষাসন-Vrikshasana

৬. পৰিবৃত উটকাসন -Parivrtta Utkatasana Or Twisted Chair Pose

৭. চতুৰং দণ্ডাসন- Chaturanga Dandasana Or Plank Pose

৮. ভূজংগাসন- Bhujangasana

৯. ধনুৰাসন- Dhanurasana

১০. সৰ্বাংগসন- Sarvangasana

১১. ছেঠুবন্ধ সৰ্বাংগাসন- Setu Bandha Sarvangasana

এই লিখনিটো সামান্য তথ্যৰ বাবেহে। ছবিত দেখা আসনসমূহ কোনো বিশেষজ্ঞ যোগ প্ৰশিক্ষকৰ নিৰ্দেশনা তথা পৰামৰ্শ অনুযায়ী কৰা বাঞ্চনীয়। অন্যথা এই আসনসমূহ অনুশীলন কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে।

Photo: Google

লগতে পঢ়কঃ Sadiya Horrific Accident: ভয়ংকৰ ক’ব নে, কৰুণ! ছুইফ্ট আৰু ডাম্পাৰৰ প্ৰচণ্ড খুন্দা; অকালতে প্ৰাণ হেৰুৱালে ২ যুৱকে…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -