32 C
Guwahati
Saturday, May 11, 2024

Guwahati Rapido Drivers Arrested: সাধাৰণ মহিলা কিয়, মহিলা আৰক্ষীয়ে নহয় সুৰক্ষিত! মহিলা আৰক্ষী কনিষ্টবলক “অশ্লীল ইংগিত” দি গ্ৰেপ্তাৰ ২ Rapido চালক

Guwahati Rapido Drivers Arrested: দিনক দিনে মহানগৰীৰ (Guwahati) ৰাজপথ অসুৰক্ষিত হৈ পৰিছে

Must Read

Guwahati Rapido Drivers Arrested: দিনক দিনে মহানগৰীৰ (Guwahati) ৰাজপথ অসুৰক্ষিত হৈ পৰিছে।

বিশেষকৈ যুৱতী-মহিলাসকলৰ বাবে। চেইন চোৰে হওক, মোবাইল ফোন চোৰেই হওক এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীও অপৰাধজনিত (Crime In Guwahati) কাণ্ডৰ এক মূল স্থান হৈ পৰিছে।

ৰাস্তাত অকলশৰীয়াকৈ যুৱতী-মহিলাৰ পৰা বাইকেৰে অহা দুৰ্বৃত্তই চেইন, বেগ, টকা, মোবাইল ফোন আদি কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে মহানগৰীৰ ৰাজপথত নিৰাপত্তাহীনতাত ভুগিছে খোদ এগৰাকী মহিলা আৰক্ষীয়ে (Women Police Harrasment By Rapido Drivers)

Guwahati Rapido Drivers Arrested

সাধাৰণ মহিলা বাদে দিয়ক, খোদ এগৰাকী মহিলা আৰক্ষীৰ সৈতে কৰিলে জঘন্য কাণ্ড। মহিলা কনিষ্টবলগৰাকী কৰ্তব্যত থকা অৱস্থাতে দুজন যুৱকে ৰাস্তাৰ মাজতে বাইকেৰে আগচি ধৰি “অশ্লীল ইংগিত” (Obscene Gesture) দিয়ে।

বুধবাৰে নিশা মহানগৰীৰ দীঘলীপুখুৰীৰ (Dighalipukhuri) সমীপত সংঘটিত হৈছিল এই ঘটনা (Guwahati Rapido Drivers Arrested)

অৱশ্যে মহিলাগৰাকীয়ে তৎপৰতাৰে ঘটনাস্থলীতে ২ যুৱকক আটক কৰি লতাশিল আৰক্ষীক গতাই দিয়ে (Latasil Police)

ধৃত যুৱক দুজনৰ নাম বিকি বড়ো আৰু পংকজ দাস (Arrested 2 Rapido Driver)। জানিব পৰা অনুসৰি, পেছাত যুৱক দুজন ৰেপিড’ চালক। পল্টনবজাৰ আৰক্ষী থানাত কৰ্মৰত মহিলা কনিষ্টবলগৰাকী

Photo: Batori24

লগতে পঢ়কঃ Garlic For Luck: বিশ্বাস কৰক বা নকৰক! নহৰুৱে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য; বৃদ্ধি কৰে উপাৰ্জনো, পিছে জানো আহক কেনেকৈ?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -