32 C
Guwahati
Sunday, May 19, 2024

হত্যা নে আত্মহত্যা? ডিঙি কটা অৱস্থাত উদ্ধাৰ Gauhati High Courtৰ অধিবক্তাৰ মৃতদেহ; পিতৃৰ দাবী-”ডিঙি কাটি আত্মহত্যা কৰিছে”

ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় এগৰাকী অধিবক্তাৰ মৃতদেহ (Gauhati High Court Advocate Deadbody Recover)। শুকুৰবাৰে ভেটাপাৰাৰ স্বৰ্ণলতা পথত (Bhetapara Swarnalata Path) সংঘটিত হয় এই ঘটনা

Must Read

গুৱাহাটী মহানগৰীত (Guwahati) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Sensational Incident)। ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ এটা মৃতদেহ। ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় এগৰাকী অধিবক্তাৰ মৃতদেহ (Gauhati High Court Advocate Deadbody Recover)। শুকুৰবাৰে ভেটাপাৰাৰ স্বৰ্ণলতা পথত (Bhetapara Swarnalata Path) সংঘটিত হয় এই ঘটনা।

মৃতদেহটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Gauhati High Court) অধিবক্তা কন্দৰ্প ওঝাৰ বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান GMCHৰ মৰ্গত ৰখা হৈছে কন্দৰ্পৰ মৃতদেহটো। ইফালে কন্দৰ্পৰ পিতৃৰ দাবী কোঠাৰ ভিতৰত ডিঙি কাটি আত্মহত্যা (Suicide) কৰিছে পুত্ৰই।

অৱশ্যে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

Photo: Batori24

লগতে পঢ়কঃ 1 Die After Consuming Poisonous Mushrooms: সাৱধান! বনৰীয়া কাঠফুলা খাই মৃত্যু এগৰাকী মহিলাৰ; পাহাৰৰ পৰা বুটলি অনা বনৰীয়া কাঠফুলাৰ আঞ্জা খাইছিল ১৩ গৰাকী লোকে, এগৰাকীৰ মৃত্যু, শিশুসহ ১২ গৰাকী লোক হাস্পতালত যুঁজ দিছে জীৱন-মৃত্যুৰে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -