31 C
Guwahati
Saturday, May 18, 2024

Adipurush Dialogues Controversy: ‘जलेगी भी तेरे बाप की…’ আদিপুৰুষত হনুমানৰ এই ডায়লগক লৈ সৃষ্টি হৈছে বিতৰ্কৰ; এতিয়া এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ছবিখনৰ Dialogue Writer মনোজ মুন্তাছিৰৰ, তেওঁ ক’লে…

Adipurush Dialogues Controversy Manoj Muntashir: আদিপুৰুষ ছবিখনৰ সংলাপ লিখিছে মনোজ মুন্তাছিৰে। এতিয়া এই ছবিখনৰ সংলাপক লৈ হোৱা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মনোজে।

Must Read

Adipurush Dialogues Controversy Manoj Muntashir: প্ৰভাস (Prabhas) আৰু কৃতি চেননৰ ছবি অদিপুৰুষ শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰে (Adipurush Was Released On June 16)।

এই ছবিখনে দৰ্শক আৰু সমালোচক দুয়োফালৰে পৰা ভাল ৰিভিউ লাভ কৰা নাই (Adipurush Dialogues Controversy)

সকলোতে ছবিখনৰ VFX আৰু সংলাপক লৈ সমালোচনা চলি আছে (Adipurush Dialogues Controversy)। বিশেষকৈ হনুমানৰ সংলাপক লৈ ট্ৰ’ল কৰা হৈছে (Hanuman Dialogues Troll)

ৰামায়ণৰ কাহিনীৰ অৱলম্বনত নিৰ্মাণ হোৱা ছবিখনত হনুমান আৰু ইন্দ্ৰজিতৰ মুখেৰে ওলোৱা সংলাপত ব্যৱহাৰ হোৱা ভাষাক কোনোপধ্যেই মানি ল’ব পৰা নাই ভাৰতীয় দৰ্শকসকলে।

লগতে পঢ়কঃ Adipurush Movie Review: “আদিপুৰুষ” চালে নে নাই চোৱা? যদি চোৱা নাই তেন্তে পঢ়ি লওক এবাৰ “Movie Review”…হয়তো নহ’ব টকাৰ অপচয়!

হনুমানৰ ডায়লগৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু ইয়াৰ ভাষাক লৈ মনোজ মুন্তাছিৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে।

Adipurush Dialogues Controversy

আদিপুৰুষ ছবিখনৰ সংলাপ লিখিছে মনোজ মুন্তাছিৰে (Dialogue Writer Manoj Muntashir)। সংলাপৰ ভাষাক লৈ উত্থাপন হোৱা প্ৰশ্নৰ ওপৰত এতিয়া মনোজ মুন্তাছিৰে নিজৰ পক্ষ ৰাখিছে।

এই সংলাপ লৈ হৈছে আলোচনা

আদিপুৰুষত দেৱদত্ত নাগেই হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে। হনুমানৰ যিটো ডায়লগক লৈ ট্ৰ’ল কৰা হৈছে সেইটো ডায়লগ হৈছে-

“कपड़े तेरे बाप का, आग तेरे बाप की, तेल तेरे बाप का, जलेगी भी तेरे बाप की.”

শেহতীয়াকৈ এক সাক্ষাতকাৰত এই ডায়লগক লৈ মনোজ মুন্তাছিৰে মন্তব্য প্ৰদান কৰে (Adipurush Dialogues Controversy)

এইটো একো ভুল হোৱা নাই

মনোজ মুন্তাছিৰে এক সাক্ষাতকাৰত কয় যে এই ডায়লগ শব্দবোৰ সহজ কৰিবলৈ লিখা হৈছে, এইটো একো ভুল নহয়। চিনেমাখনৰ সংলাপ লিখিবলৈ এটা সম্পূৰ্ণ সতৰ্ক প্ৰক্ৰিয়া স্থাপন কৰা হৈছিল।

Adipurush Dialogues Controversy

তেওঁ লগতে কয় যে- মানুহে প্ৰভাস আৰু কৃতি চেননে কোৱা সংলাপৰ বিষয়ে আলোচনা কৰা নাই।

ময়ে প্ৰথম নহয় যিয়ে এই সংলাপ লিখিছে- মনোজ মুন্তাছিৰ (Manoj Muntashir)

চিনেমাখনৰ ভাষাৰ ৰক্ষাৰ বাবে অদিপুৰুষৰ পৰিচালক ওম ৰাউতেও (Om Raut) নিজৰ পক্ষ ৰাখে। তেওঁ ক’লে- এই ছবিখনে হিন্দু ধৰ্ম আৰু ভগৱান হনুমানক অপমান কৰা নাই। তেওঁ ক’লে ডায়লগবোৰ জানি-বুজি সহজ কৰা হৈছে আৰু চিনেমাখনত প্ৰতিটো চৰিত্ৰই একেধৰণে কথা ক’ব নোৱাৰে (Adipurush Dialogues Controversy)

মনোজ মুন্তাছিৰে ক’লে- আমাৰ ইয়াত আইতাহঁতে যেতিয়া সাধুকথা শুনাইছিল, তেতিয়া তেওঁলোকে এই ভাষাতে শুনাইছিল। হনুমানৰ সংলাপক লৈ মনোজে ক’লে- এই সংলাপ এই দেশৰ ডাঙৰ-ডাঙৰ সাধুসকলে এনেদৰে কয় যিদৰে মই লিখিছো। ময়ে প্ৰথম নহয় যিয়ে এই সংলাপ লিখিছে। আগতেও এনেকুৱা সংলাপ লিখা হৈছে।

দেওবাৰে এক বিবৃতিৰ জৰিয়তে ছবি নিৰ্মাতাই (Indian Film Director Om Raut) সংলাপ সলনি কৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়ে সদৰি কৰে।

Photo: Google

লগতে পঢ়কঃ Sivasagar: বিজেপিৰ পালিনেতাৰ গুণ্ডাগিৰি! “বিজেপি”ৰ সভাত কাম নকৰাৰ বাবে স্বামী-স্ত্ৰীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ; কাপোৰ ফালি কাঠেৰে কোবাই মূৰ ফালি দিয়ে পত্নীৰ, পালিনেতা অংশুমান বৰাই কৰিলে এই কাণ্ড

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -