37.2 C
Guwahati
Monday, May 6, 2024

টুইটাৰৰ পিছত এইবাৰ কোকা-কোলা কোম্পানী ক্ৰয় কৰিব এলন মাস্কে

Must Read

টুইটাৰৰ পিছত এইবাৰ কোকা-কোলা কোম্পানী ক্ৰয়ৰ কৰি এলন মাস্কে

ছ’চিয়েল মিডিয়া কোম্পানী টুইটাৰ ক্ৰয় কৰাৰ পিছত এইবাৰ কোকা-কোলা ক্ৰয়ৰ মন মেলিছে এলন মাস্কে। এলন মাস্কে টুইট যোগে অতি শীঘ্ৰে কোকা-কোলা ক্ৰয় কৰিব আৰু ইয়াত কোকেইন মিহলাব বুলি মন্তব্য কৰিছে। অৱশ্যে এই কথা এলন মাস্কে ধেমেলীয়া সুৰত কৈছে আৰু তাৰ পৰৱৰ্তী টুইটত তেওঁ লিখিছে, ‘টুইটাৰক আটাইতকৈ আমোদজনক স্থান কৰি তুলিব’।

উল্লেখ্য যে এলন মাস্কে মঙলবাৰে মুঠ ৪৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিছিল আৰু যিসকলৰ টুইটাৰত শ্বেয়াৰ আছে তেওঁলোকক প্ৰতি শ্বেয়াৰত ৫৪.২০ ডলাৰ দিব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -