26 C
Guwahati
Thursday, May 9, 2024

Dabaka Extra Marital Affair: ভাবিছিল অপহৰণ; ওলাল পৰকীয়া প্ৰেম! স্বামী পেছাত প্ৰধান শিক্ষক কিন্তু, প্ৰধান শিক্ষকৰ সুন্দৰী পত্নী পলাই গ’ল দমকল মিস্ত্ৰীৰ সৈতে…তাৰ পিছত

Dabaka Extra Marital Affair: স্বামী পেছাত প্ৰধান শিক্ষক কিন্তু, স্বামীক এৰি পত্নী পলাই গ'ল এজন দমকল মিস্ত্ৰীৰ সৈতে। মহিলাগৰাকী দুই সন্তানৰ মাতৃ

Must Read

Dabaka Extra Marital Affair In Assam: “Everything Is Fair In Love And War” এই কথাষাৰীৰ অৰ্থ আমি সকলোৱে জানো। কিন্তু ইয়াৰ অৰ্থ খুব ভালদৰে বুজালে এগৰাকী সুন্দৰী মহিলা আৰু এজন দমকল মিস্ত্ৰীয়ে।

Dabaka Extra Marital Affair Dabaka Extra Marital Affair

স্বামী পেছাত প্ৰধান শিক্ষক কিন্তু, স্বামীক এৰি পত্নী পলাই গ’ল এজন দমকল মিস্ত্ৰীৰ সৈতে। মহিলাগৰাকী দুই সন্তানৰ মাতৃ (Dabaka Extra Marital Affair)

এই প্ৰেমজনিত ঘটনা সংঘটিত হৈছে ডবকাৰ (Dabaka) উদমাৰীত। এজন প্ৰধান শিক্ষকৰ সুন্দৰী পত্নীয়ে এজন দমকল মিস্ত্ৰীৰ সৈতে পলাই যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

মহিলাগৰাকী সন্ধানহীন হোৱাত প্ৰথমে পৰিয়ালৰ লোকে এই অপহৰণ কাণ্ড বুলি ভাবি থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু যেতিয়া আৰক্ষীয়ে তদন্ত কৰিলে তেতিয়া ওলাই পৰিল যে এয়া আচলতে অপহৰণ নহয়, এয়া হৈছে অবৈধ প্ৰেম।

ঘটনাটো জানিবলৈ দিয়া অনুসৰি, শিক্ষক স্বামীয়ে নজনাকৈ এজন দমকল মিস্ত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িছিল পত্নীয়ে। স্বামী স্কুলত ব্যস্ত থাকে আৰু পত্নী ব্যস্ত থাকে প্ৰেমত (Dabaka Extra Marital Affair)

আৰু অৱশেষত স্বামীক এৰি প্ৰেমিকৰ সৈতে পলাই যায় মহিলাগৰাকী। পত্নী সন্ধানহীন হৈ পৰাত স্বামীয়ে অপহৰণৰ এক গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰেমিক-প্ৰেমিকাক উদ্ধাৰ কৰি সোধা-পোছা চলায়।

দুই সন্তানক এৰি একেখন গাঁৱৰে দুই সন্তানৰ পিতৃ ফাৰুক আহমেদ ওৰফে বাবুৰ সৈতে পলাই যোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে উদমাৰীত। পলাই গৈ ১২ দিন ধৰি আত্মগোপন কৰি আছিল শিক্ষক পত্নীয়ে (Dabaka Extra Marital Affair)

ঘটনা সন্দৰ্ভত স্বামীয়ে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে (Dabaka Police) দুয়োকে আটক কৰি থানালৈ লৈ আহে। দুয়োকে সোধা-পোছা অ‍ব্যাহত ৰাখিছে ডবকা আৰক্ষীয়ে।

Photo: Batori24

লগতে পঢ়কঃ UP School Headmaster Suspend: বাকী বাদ, সুৰা মেইন! স্কুলৰ প্ৰধান শিক্ষকক নিলম্বন; মদৰ নিচাত ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে “নগ্ন হৈ শুই” পৰিল প্ৰধান শিক্ষক

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -