32 C
Guwahati
Sunday, May 19, 2024

আজি দিনটোৰ ৰাশিফল, জানক আপোনাৰ দিনটো কেনে যাব

Must Read

30/11/22
ৰাশিফল

তিথি- শুক্ল
নক্ষত্ৰ – ধনিষ্ঠা
যোগ – ব্যাঘাত
কৰণ- বণিজ ঘঃ 1/33 যোৱাত বিষ্টি

মেষ – শত্ৰু ভয়। শৰীৰ স্বাস্থ্যৰ উন্নতি ।ব্যৱসায়ী সকলৰ শুভফল। কৰ্মত শুভ।বিদ্যাৰ্থীৰ শুভ।শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

বৃষ- আনন্দ লাভ। প্ৰেমত শুভ। ব্যৱসায়ীসকলে নতুন দিশ পাব।ঘৰুৱাত শুভ। শুভ ৰং কমলা।শুভ সংখ্যা ৩।

মিথুন – স্বাথ্যৰ উন্নতি। কৰ্মত শুভ। ধন প্ৰাপ্তি।বিবাহ উপযোগীৰ শুভফল।সাংসাৰিকত শুভ।শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

কৰ্কট- ব্যৱসায়ীসকলৰ শুভফল।বিদ্যাৰ্থীৰ শুভ।মানসিক অস্থিৰতা। কৰ্ম ক্ষেত্ৰত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৯।

সিংগ- ধনৰ অপব্যায় হ’ব পাৰে।শৰীৰ স্বাস্থ্যত গুৰুত্ব দিব।প্ৰেম তথা বিবাহত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৬।

কন্যা- সন্মান লাভ।বিদ্যাৰ্থীৰ মধ্যমীয়া। কৰ্ম জীৱন শুভ। ব্যৱসায়ীসকলে নতুন দিশ পাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

তুলা- শাৰিৰীক দুৰ্বলতা। কৰ্ম শুভ। অৰ্থনৈতিক দিশৰ লগত জড়িত ব্যক্তিৰ শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫ ।

বৃশ্চিক -ধন প্ৰাপ্তি হ’ব পাৰে। প্ৰেমত শুভ। ব্যৱসায়ীসকলৰ শুভ। মানসিক অস্থিৰতা। শুভ ৰং বগা।শুভ সংখ্যা ৬।

ধনু- কৰ্মত শুভ। নিবনুৱা সকলৰ শুভ।ব্যৱসায়ত তথা লেনদেনত সাৱধান।বিদ্যাৰ্থীৰ শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩ ।

মকৰ- মানসিক অস্থিৰতা। স্বাস্থ্যৰ গুৰুত্ব দিব। কৰ্মত শুভ। প্ৰেমত শুভ। সাংসাৰিকত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।

কুম্ভ- ব্যৱসায়ত তথা লেনদেনত সাৱধান।ধন প্ৰাপ্তি। কৰ্ম ব্যস্থতা বৃদ্ধি। শুভ ৰং কমলা। শুভ সংখ্যা ২।

মীন- প্ৰেমত শুভ। ব্যৱসায়ীসকলৰ শুভ।কৰ্মত শুভ। মানসিক শান্তি। স্বাস্থ্যত নজৰ দিব। শুভ ৰং বগা। শুভ সংখ্যা ৫।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -