33.1 C
Guwahati
Friday, May 3, 2024

‘ATM Baba’ Trains How To Break ATM: এয়া কেৱল ভাৰততে সম্ভৱ! ”১৫ মিনিটত কেনেকৈ ATM মেচিন ভাঙিব”- বিহাৰৰ এজন লোকে বহু লোকক দিছিল ট্ৰেইনিং, চুৰি হৈছিল লাখ লাখ টকা, এনেকৈ ধৰা পৰিল ATM Baba…

'ATM Baba' Trains How To Break ATM In 15 Minutes: ATM কাটি ধন লুট কৰা এটা গেঙক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গেংটোৰ মেইন লীডাৰ বিহাৰৰ ছপৰাৰ (Bihar Chhapra)। মেবাটৰ পৰা ৪জন লোকৰ এটা দল মাতি, লক্ষ্ণৌত বাস কৰা বন্ধুৰ সৈতে মিলি এটিএম কাটি ৩৯ লাখ লুট কৰিছিল (4 Youths Stealing Rs 39.58 Lakh)। আৰক্ষীয়ে মুৰব্বীসহ তাৰ বন্ধুবৰ্গক গ্ৰেপ্তাৰ কৰে। আন কেইজনৰ সন্ধান অব্যাহত।

Must Read

‘ATM Baba’ Trains How To Break ATM In 15 Minutes: উত্তৰ প্ৰদেশৰ (Uttarpradesh) ৰাজধানী লক্ষ্ণৌৰ (Lucknow) থানা সুশান্ত গোল্ফ চিটী এৰিয়াৰ (Sushant Golf City) সুলতানপুৰ ৰোডস্থিত SBI বেংকৰ এটিএম মেচিনক ১৬ মিনিটৰ ভিতৰত ভাঙি তাৰে পৰা ৩৯ লাখ ৫৮ হাজাৰ টকা লুটি লৈ গৈছিল (4 Youths Stealing Rs 39.58 Lakh)।

ঘটনাটো ৩ এপ্ৰিলত সংঘটিত হৈছিল। অভিযুক্তকেইটাক ধৰিবলৈ আৰক্ষীৰ ৫টা টীম লগোৱা হৈছিল, ইয়াৰ ভিতৰত আছে ক্ৰাইম ব্ৰাঞ্চ (Crime Branch), আৰক্ষীৰ টীমসহ ছাৰ্ভিলাঞ্চ টীম।

'ATM Baba' Trains How To Break ATM
‘ATM Baba’ Trains How To Break ATM

আৰক্ষীয়ে জনোৱা অনুসৰি, দলটোৰ মুৰব্বী এটিএম বাবা ওৰফে বুলবুল মিশ্ৰা ওৰফে সুধীৰৰ বন্ধুসহ অন্য ৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সুধীৰ মিশ্ৰা ওৰফে এটিএম বাবাৰ পত্নী ৰেখাও এই কামত জড়িত হৈ আছে (Sudhir Mishra Is Well Known As ‘ATM Baba’)। তেওঁলোকৰ পৰা ৯ লাখ ১৩ হাজাৰ ৫০০ টকা জব্দ কৰা হৈছে। লগতে এটিএম মেচিন ভঙা সামগ্ৰীও জব্দ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি এটিএম বাবাই ১৫ মিনিট ভঙাৰ অনুশীলন দিছিল (ATM Baba Learn How To Break Open ATMs In Just 15 Minutes)

'ATM Baba' Trains How To Break ATM
‘ATM Baba’ Trains How To Break ATM

বিহাৰৰ ছপৰাৰ বাসিন্দা সুধীৰ

বিহাৰৰ ছপৰাত বাস কৰা সুধীৰ মিশ্ৰাক ATM Babaৰ নামেৰেও জনা যায় (Sudhir Mishra Is Well Known As ‘ATM Baba’)। নিবনুৱা যুৱক-যুৱতীসকলক নিজৰ দলত সোমোৱাইছিল আৰু তেওঁলোকক ১৫ মিনিটত এটিএম ভঙাৰ অনুশীলন দিছিল।

'ATM Baba' Trains How To Break ATM

এজন আৰক্ষীয়ে জনোৱা অনুসৰি, এটিএম বাবাই এটিএম ভঙাৰ জিম্মা নিজৰ আটাইতকৈ ভাল বন্ধু নীৰজ মিশ্ৰাক দিছিল, ইয়াৰ পিছত নীৰজে অন্য ৩জন লোকৰ সৈতে মিলি লক্ষ্ণৌৰ ATMটো টাৰ্গেট কৰি লয়।

Photo: Google

লগতে পঢ়কঃ Jiah Khan Suicide Case Verdict: প্ৰসংগঃ অভিনেত্ৰী জিয়া খান (Jiah Khan)ৰ আত্মহত্যা! উপযুক্ত প্ৰমাণৰ অভাৱত সূৰজ পাঞ্চোলীক দোষমুক্ত ঘোষণা আদালতৰ; ১০ বছৰৰ পিছত আহিল ৰায়, জিয়াৰ মাকে আকৌ ন্যায় বিচাৰি যাব উচ্চ ন্যায়ালয়লৈ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -