22.2 C
Guwahati
Saturday, May 4, 2024

Sanjukta Dutta Cannes: কাঁ চলচ্চিত্র মহোৎসৱত পুনৰ উজলিল ডিজাইনাৰ সংযুক্তা দত্তৰ পাট কাপোৰ; ৰেড কাৰ্পেটত বিশ্বৰ ২ গৰাকী শ্ৰেষ্ঠ মডেলে পৰিধান কৰিলে ডিজাইনাৰগৰাকীৰ এই ৰেচম কাপোৰ

Sanjukta Dutta Cannes: লক্ষণীয় যে এইটো একেৰাহে তৃতীয় বছৰ যে ইংৰিডাই সংযুক্তা দত্তৰ লেবেল বাছি লৈছে

Must Read

Sanjukta Dutta Cannes Film Festival: কাঁ চলচ্চিত্ৰ মহোৎসৱত (Cannes Film Festival) পুনৰ উজলিল সংযুক্তা দত্তৰ পাট কাপোৰ।

ৰেড কাৰ্পেটত বিশ্বৰ ২ গৰাকী শ্ৰেষ্ঠ মডেলে পৰিধান কৰিলে সংযুক্তা দত্তৰ দ্বাৰা ডিজাইন কৰা অসমৰ পাট কাপোৰ (Designer Sanjukta Dutta Pat Silk Cloths Wearing 2 Models)।

শেহতীয়াকৈ সমাপ্ত হোৱা কাঁ চলচ্চিত্ৰ মহোৎসৱ (Sanjukta Dutta Cannes Film Festival) ২০২৩ৰ ৭৬ সংখ্যক সংস্কৰণত অগ্ৰণী আন্তঃৰাষ্ট্ৰীয় মডেল ইংৰিডা ইলগিন

আৰু মিৰ্কা হাৱাৰ্ডে দৰ্শনীয় হস্তনিৰ্মিত সংযুক্তা দত্তৰ Ensemble বস্ত্ৰ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ কাঢ়িলে (Sanjukta Dutta Cannes)

আন্তঃৰাষ্ট্ৰীয় মডেলিঙত (International Modelling) ১৫ বছৰীয়া কেৰিয়াৰ গঢ়ি তোলা আৰু “Top Model United Kingdom Winner” আৰু “Miss Film Festival International” খিতাপকে ধৰি বহু প্ৰশংসা লাভ কৰা ইংগ্ৰিডা ইলগিনে

হাতেৰে নিৰ্মিত মালবেৰী ৰেচমৰ সেউজীয়া ৰঙৰ গাউন পিন্ধি ৰেড কাৰ্পেটত খোজ দিয়ে (Sanjukta Dutta Cannes)।

লগতে, শীৰ্ষ নিউয়ৰ্কৰ মডেল মিৰ্কা হাৱাৰ্ডে ৰেড কাৰ্পেটত ক’লা মেখেলা চাদৰ পিন্ধি ৰেড কাৰ্পেটত (Red Carpet) খোজ কাঢ়িলে।

এই দুয়োযোৰ বস্ত্ৰ অসমৰ ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰিছিল (Sanjukta Dutta Cannes)

লক্ষণীয় যে এইটো একেৰাহে তৃতীয় বছৰ যে ইংৰিডাই সংযুক্তা দত্তৰ লেবেল বাছি লৈছে (Sanjukta Dutta Cannes)

চলিত বৰ্ষৰ আৰম্ভণিতে পেৰিছ ফেশ্বন উইকতো আত্মপ্ৰকাশ কৰিছিল সংযুক্তা দত্তৰ লেবেল।

Sanjukta Dutta Cannes

ভাৰতৰ গ্ৰাম্য শিপিনীক সৱল কৰি তোলাৰ লগতে অসমীয়া হস্ততাঁতৰ যুগ যুগ ধৰি চলি অহা শিল্পক বিশ্বৰ মঞ্চলৈ অনাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে ডিজাইনাৰ গৰাকীয়ে।

Photo: Batori24

লগতে পঢ়কঃ Uttar Pradesh Lovers Died: খুবেই দুখলগা! অন্য পুৰুষৰ সৈতে ঠিক হৈছিল বিয়া; কিন্তু বিয়াৰ দিনাই প্ৰেমিকৰ সৈতে পলাল প্ৰেমিকা, আদবাটতে দুৰ্ঘটনাত কৰুণ মৃত্যু দুয়োৰে, লগতে পলোৱাত সহায় কৰা ভিনিহীয়েকৰো মৃত্যু

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -